Category: Assamese News

কাইলৈ বছৰটোৰ প্ৰথমটো সুৰ্যগ্ৰহণ। আন বৰ্ষতকৈ কিছু পৃথক এই সূৰ্যগ্ৰহণ

কাইলৈ বছৰটোৰ প্ৰথমটো সুৰ্যগ্ৰহণ। আন বৰ্ষতকৈ কিছু পৃথক এই সূৰ্যগ্ৰহণ

কাইলৈ হ’ব চলিত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। যদিও ভাৰতত অদৃশ্য এই সূৰ্যগ্ৰহণ, কিন্তু ই অতি বিৰল। এই সূৰ্যগ্ৰহণ হৈছে হাইব্ৰিড সূৰ্যগ্ৰহণ, যিটো বহু বছৰৰ পিছতহে ঘটা দেখিবলৈ পোৱা যায়। হাইব্ৰিড সূৰ্যগ্ৰহণৰ সময় পুৱা ৭ বাজি ৫ মিনিটৰ পৰা দুপৰীয়া ১২ বাজি ২৯ মিনিটলৈ। এই সূৰ্যগ্ৰহণ দৃশ্যমান নহয় ভাৰতৰ পৰা। এনে হাইব্ৰিড

NIAৰ গোচৰত জামিন লাভ কৰিয়েই অখিল গগৈৰ হুংকাৰ

NIAৰ গোচৰত জামিন লাভ কৰিয়েই অখিল গগৈৰ হুংকাৰ

NIA ৰ গোচৰত জামিন লাভ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । দেশৰ উচ্চতম ন্যায়ালয়ে গগৈৰ স্থায়ী জামিন মঞ্জুৰ কৰিছে । CAA আন্দোলনৰ সময়তে তেওঁৰ বিৰুদ্ধে এই গোচৰ তৰা হৈছিল । পিছত নিয়াৰ আদালতে বিধায়কগৰাকীক এই গোচৰৰ পৰা মুক্তি দিছিল । কিন্তু বিগত মাহত পুনৰ গুৱাহাটী

“এগৰাকী মহিলাক সন্মান কৰিব নাজানে শীৰ্ষ কংগ্ৰেছ নেতাই।”- অংকিতা দত্ত

“এগৰাকী মহিলাক সন্মান কৰিব নাজানে শীৰ্ষ কংগ্ৰেছ নেতাই।”- অংকিতা দত্ত

অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ মুৰব্বী বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ ইটোৰ পিছত সিটো অভিযোগ আনিছে। দত্তই টুইটাৰত এই অভিযোগ উত্থাপন কৰাৰ লগতে INDIAN YOUTH CONGRESSৰ সভাপতিৰ বিৰুদ্ধে

প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানত অথন্তৰ! নলবাৰীত বিহুৰ অনুষ্ঠান চলি থাকোতেই ধুমুহাই ভাঙিলে মঞ্চ

প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানত অথন্তৰ! নলবাৰীত বিহুৰ অনুষ্ঠান চলি থাকোতেই ধুমুহাই ভাঙিলে মঞ্চ

 নলবাৰীৰ হেলচাত প্ৰতিকুল বতৰে বিধি–পথালি দিলে প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত৷ তেজপুৰৰ থেচপিয়ানে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আহিল প্ৰচণ্ড ধুমুহা–বৰষুণ। ধুমুহাই উৰুৱাই নিলে মঞ্চ। মুহূৰ্তৰ ভিতৰতে ধুমুহাই তচনচ কৰিলে বিহুৰ অনুষ্ঠান। হাহাকাৰ লাগে উপস্থিত দৰ্শকৰ মাজত। আনন্দমনে অনুষ্ঠান উপভোগ কৰি থকাৰ সময়তে হঠাৎ অহা ধুমুহা বৰষুণে ম্লান

অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ গাড়ীতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল দীপলিনা ডেকা

অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ গাড়ীতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল দীপলিনা ডেকা

যোৱানিশা ধুমুহাৰ বাবে বৰমাত কণ্ঠশিল্পী দীপলিনা ডেকাৰ (Deeplina Deka) সংগীতানুষ্ঠান বাতিল কৰিবলগীয়া হয়। নিশা প্ৰচণ্ড ধুমুহাই কোবাই গ’ল নলবাৰী লগতে বাক্সাৰ বৃহত্তৰ অঞ্চল। নলবাৰী–বাক্সা সীমান্তৱৰ্তী বৰমাত ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়া আমন্ত্ৰিত শিল্পী আছিল দীপলিনা ডেকা। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তচনচ হৈ