কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাবলে সন্তষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চ পাণ্ডৱ জয়ী
Category: Assamese News
সকলোৱে তেওঁলোকৰ মনোভাৱ সতেজ কৰিবলৈ গান শুনে। বহুলোকে শুই থাকোতেও গান শুনি থাকে। যদি কোনোবাই সদায়ে এনে কৰি আছে, তেন্তে তেওঁ সাৱধান হোৱাটো উচিত। কিয়নো শেহতীয়াকৈ এক গৱেষণাই প্ৰকাশ কৰিছে যে, শোৱাৰ আগতে গান শুনি টোপনি যোৱা লোকসকলৰ বহুটো সমস্যা হ’ব পাৰে। প্ৰকৃততে, শুই থাকোঁতে, মগজুত সংগীতৰ প্ৰক্ৰিয়া অব্যাহত থাকে
শীতকাল হয়টো কিছুসংখ্যক লোকে ভাল পাব পাৰে, কিন্তু এই সময়ছোৱাত শিশুৰ স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি হয়। শিশুৰ ৰোগ প্ৰতিৰোধ প্ৰণালী প্ৰাপ্তবয়স্ক সকলতকৈ অলপ দুৰ্বল, সেয়েহে সিহঁতৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক। শীতকালত শিশুক নিৰোগী কৰি ৰাখিবলৈ অভিভাৱকে অনুসৰণ কৰিবলগীয়া ৪ টা পৰামৰ্শঃ শীতকালত, অভিভাৱকে সন্তানৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়, অন্যথা
যেতিয়া শৰীৰত পানীৰ অভাৱ হয়, তেতিয়া ব্যক্তি এগৰাকী অসুস্থ হৈ পৰে আৰু কেতিয়াবা চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়। বৰ্তমান, শীতকালত ঠাণ্ডাৰ কাৰণে খুব কমসংখ্যক মানুহেই পৰ্যাপ্ত পানী খায়। ঠাণ্ডা আৰু তৃষ্ণাৰ অভাৱৰ বাবে শৰীৰত পানীৰ প্ৰয়োজন নাই। কিন্তু এনে নহয় যে শৰীৰক কেৱল গ্ৰীষ্মকালত বা তৃষ্ণাতুৰ অৱস্থাত পানীৰ প্ৰয়োজন হয়।
যিকোনো মানুহৰ বাবে হিকটি অহাটো এটা সাধাৰণ কথা। লোকবিশ্বাস অনুসৰি যেতিয়া কোনোবাই আমাক মনত পেলায়, তেতিয়া হিকটি আহে বুলি কোৱা হয়। এই কথাটো বেছিসংখ্যক লোকে সঁচা বুলি ভাবিব পাৰে কিন্তু ইয়াৰ আঁৰত এটা ডাঙৰ বৈজ্ঞানিক কাৰণো আছে। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, যেতিয়া মানুহে উশাহ লয়, তেতিয়া হাঁওফাঁওটো বায়ুৰে ভৰি পৰে। ইয়াৰ