Category: Assamese News

অসময়ত চুলি পকিছে! জানক সমস্যাৰ সমাধান

অসময়ত চুলি পকিছে! জানক সমস্যাৰ সমাধান

মানৱ দেহৰ সুস্থতা প্রায় সম্পূৰ্ণ নির্ভৰ কৰে খাদ্য-পাতিৰ ওপৰত। আৰু চুলিৰতো ইয়াৰ সৈতে প্ৰত্যক্ষ সম্পর্ক। অৱশ্যে চুলি পকাটো স্বাভাবিক বিষয়। তাৰ উপৰিও দেখা গৈছে বয়স নোহোৱাকৈও চুলি পকে বহুতৰে। আৰু অসময়ত চুলি পকাটো কমাব পৰা যায়। ইয়াৰ বাবে প্রয়োজন দৈনন্দিন জীৱন-যাপনত শৃঙ্খলাবদ্ধতা। চুলি পকাৰ সমস্যা বহুখিনি দূৰত ৰখা সম্ভৱ বুলি

আপোনাৰ শৰীৰত অসংখ্য তিল আছে নেকি? তেনেহ’লে জানক কি হয়

আপোনাৰ শৰীৰত অসংখ্য তিল আছে নেকি? তেনেহ’লে জানক কি হয়

সকলো মানুহৰ শৰীৰতেই তিল থাকে। কিন্তু আপোনাৰ সমগ্ৰ শৰীৰত অসংখ্য তিল আছে নেকি? এই বিষয়ত বহুতেই হয়তো ভাবিছে, এয়া কোনো ৰোগৰ লক্ষণ নেকি! আপুনি কি জানে? যে মানুহৰ শৰীৰত যিমান বেছি তিল থাকে, তেওঁলোকৰ চেহেৰাত বয়সৰ চাপ সিমান কম পৰে! অবাক হৈছে? হোৱাৰ কথাই। কিন্তু এনেকুৱাই দাবী কৰিছে লণ্ডনৰ কিংছ

কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা? ভুলতো এইবোৰ নকৰিব

কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা? ভুলতো এইবোৰ নকৰিব

কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা হ’লে মলত্যাগ কৰিবলৈ সময় লাগে আৰু মল টান আৰু সৰু আকাৰৰ হয়। পেটত চাপ বা বল দি মলত্যাগ কৰিবলগা হয় আৰু কৰাৰ পিছতো অস্বস্তিকৰ অনুভূতি হয়। ইয়াৰ উপৰি বহু সময়ত দেখা যায় তলপেট আৰু পিঠিত বিষ হয় আৰু পেটবিষ, পেট কামোৰ আৰু বমিৰ উদ্রেক হয়। কিন্তু

এই আঠটা বদ অভ্যাসৰ কাৰণে হ’ব পাৰে ‘বেক পেইন’

এই আঠটা বদ অভ্যাসৰ কাৰণে হ’ব পাৰে ‘বেক পেইন’

বেক পেইন বা মেৰুদণ্ড আৰু পিঠিৰ বিষৰ অন্তৰালত ডাঙৰ কোনো ৰোগ বা সমস্যা জড়িত নাথাকিবও পাৰে। বহু সময়ত সামান্য কাৰণতেই হ’ব পাৰে মেৰুদণ্ডত বিষ। আপুনি যিমান স্বাস্থ্যবান কিম্বা সচেতন মানুহেই নহওক কিয়, এই সমস্যাত ভুগিব পাৰে আপুনিও। সেয়ে সময় থাকোতেই এই বিষয়বোৰত সাৱধানতা জৰুৰী। জানি লওক বেক পেইনৰ সম্ভাব্য কাৰণসমূহ।

গেষ্ট্ৰিকৰ সমস্যা? কি কৰিব, কি নকৰিব

গেষ্ট্ৰিকৰ সমস্যা? কি কৰিব, কি নকৰিব

খাদ্যৰ ভেজাল, অনিয়ন্ত্রিত জীৱন-যাপন তথা ধূমপানসহ নানা কাৰণত গেষ্ট্ৰিক প্রায় ঘৰুৱা ৰোগৰ দৰে হৈ পৰিছে। কিন্তু নিয়ম মানি চলিলে গেষ্ট্ৰিকৰ সমস্যাৰ পৰা পৰিত্রাণ পোৱা যায়। গেষ্ট্ৰিকৰ সমস্যা থাকিলে সকলো ধৰণৰ খাদ্য খাব নোৱাৰি। খাদ্য খোৱাৰ ক্ষেত্ৰত অৱশ্যেই সচেতন হ’ব লাগিব। গেষ্ট্ৰিক বা এচিডিটি কি? গেষ্ট্ৰিক বা এচিডিটি হ’ল পাকস্থলীত এচিডৰ