Category: Assamese News

Super Dancer Chapter ত কৰিশ্মা কাপুৰে ল’লে শিল্পা ছেট্টীৰ স্থানঃ টুকিলে চকুপানী

Super Dancer Chapter ত কৰিশ্মা কাপুৰে ল’লে শিল্পা ছেট্টীৰ স্থানঃ টুকিলে চকুপানী

অশ্লীল ছবি নির্মাণ কৰি বিভিন্ন এপৰ জৰিয়তে তাক মুকলি কৰি দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা ৰাজ কুন্দ্রাৰ বাবে ৰিয়েলিটি শ্ব’ৰ পৰা আঁতৰি আছে বলীউডৰ অভিনেত্রী শিল্পা ছেট্টী। কেইবাখনো ৰিয়েলিটি শ্ব’ত বিচাৰকৰ

ONGC পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

ONGC পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী  সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ’এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ  সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ ।  কৃষকৰ ভৰষাৰ

ক’ভিড–১৯ বিধৱা সাহায্য: গোলাঘাটত স্বামীহাৰা ৩৫ মহিলাক সাহায্যৰ চেক ড০ শর্মাৰ

ক’ভিড–১৯ বিধৱা সাহায্য: গোলাঘাটত স্বামীহাৰা ৩৫ মহিলাক সাহায্যৰ চেক ড০ শর্মাৰ

কেতিয়াবা যদি পুষ্পবৃষ্টি, কেতিয়াবা আকৌ চৰণ চুই সেৱা৷ কেতিয়াবা আকৌ বহু মাতৃয়ে সন্তান তুলি দিয়ে তেওঁৰ হাতত৷ সেইজন ব্যক্তিক এইবাৰ ভগৱানৰ অংশ আখ্যা৷ হয়, সেই ব্যক্তিজন হৈছে অসমৰ নৱনির্মিত চৰকাৰৰ

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ ড্রাগ্ছ পুনৰ দেওবাৰে ৰাজহুৱাভাৱে দাহন হ’ল৷ ৰাজ্যত শনিবাৰে প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বৰবিহক নিজহাতে দাহ কৰাৰ পাছত আজিও বহমপুৰত দাহ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত

মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

বিকল্প মূল্যায়ন পদ্ধতিৰ নামত ধন ঘটাত নামিছে একাংশ শীর্ষ বিষয়া৷ মেট্রিকত ষ্টাৰ, ডিষ্টিংচন প্রদানৰ প্রলোভনেৰে বহু শিক্ষা বিষয়াই শিক্ষার্থীৰ অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ সংগ্রহ কৰাৰ লজ্জাজনক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷