Advertisement

Category: Assamese News

বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা…

বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা…

বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা। ট্ৰাক আৰু চাৰিচকীয়া ইণ্ডিকো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দূৰ্ঘটনাত থিতাতে নিহত দুজন, সংকটজনক অৱস্থা এজনৰ। দূৰ্ঘটনাগ্ৰস্ত ইণ্ডিকো বাহনখনৰ নম্বৰ AS 01

তোলনীয়া পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰিলে পিতৃক

তোলনীয়া পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰিলে পিতৃক

ব্যৱসায়ীক চহৰ তিনিচুকীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। চহৰখনৰ জনবহুল তথা আভিজাত্য এলেকা হিচাপে পৰিচিত চলিহা নগৰত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা । জানিব পৰামতে, তোলনীয়া পুত্ৰৰ হাতত অকালতে প্ৰাণ

নগাঁওত অনিল কাপুৰ; অসমীয়া থলুৱা খাদ্যৰ জুতি ল’লে নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজ’ৰ্টত

নগাঁওত অনিল কাপুৰ; অসমীয়া থলুৱা খাদ্যৰ জুতি ল’লে নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজ’ৰ্টত

বলিউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে অসমীয়া থলুৱা খাদ্যৰ জুতি ল’লে নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজ’ৰ্টত। পৰিদৰ্শন কৰিলে চিনেমা হল। অতি সংগোপনে নগাঁৱত উপস্থিত হৈ নগাঁৱৰ পৰা কাজিৰঙালৈ গ’ল জনপ্ৰিয় অভিনেতা গৰাকী। অসমৰ

নগাঁৱৰ মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস উদযাপন,উৎসাহৰে অংশগ্ৰহণ ককা-আইতাৰ

নগাঁৱৰ মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস উদযাপন,উৎসাহৰে অংশগ্ৰহণ ককা-আইতাৰ

নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ মিছা সেনা শিবিৰ চৌহদত অৱস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত বুধবাৰে ককা-আইতা দিৱসৰ উদযাপন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাথমিক বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ককা-আইতাই কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায় ।