নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীয়ে ৰাষ্টীয় পৰ্যায়ত কৃতিত্ব লাভ কৰিছে ৷ সুৰনন্দন ভাৰতীৰ কলকতা ব’ৰ্ডৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ শিক্ষাৰ্থী তিস্তা কলিতাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰবিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৃথিৱীৰ সেউজীয়া মানুহ,”ফৰেষ্ট মেন অফ ইণ্ডিয়া” অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক ২০২৩ বৰ্ষৰ “শ্বহীদ কৰম সিং জনমভূমি বঁটা” প্রদান
পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত গ্ৰেপ্তাৰ সুধীৰ পাল। উৎকোচ লৈ থাকোতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলজনক।
সোমবাৰে ছত্তিশড়ৰ বলুদাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এখন চাৰি চকীয়া কাৰত আহি থকা নৱ বিবাহিত দম্পত্তিসহ মুঠ ৫ জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ মতে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব