:: উক্ত সংবাদমেল আয়োজন কৰি বি.টি.আৰ কোচ ৰাবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাধাৰণ সম্পাদক বিপুল ৰয়ে কয় যে .. ::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিৰ বিৰোধী । ::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিয় লোক সকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে । ::পিছে এই দাবী আমাৰ নহয় এই দাবী কৰিছে একালৰ
Category: Assamese News
এগৰাকী বিস্ময়কৰ যুৱতী৷ ২২ বছৰ বয়সতেই তেওঁ লাভ কৰিলে PhD ডিগ্ৰী৷ তেওঁ দেশৰ কনিষ্ঠতম মহিলা গৱেষক৷ নাম নেইনা জয়ছোৱাল৷ ৮ বছৰত মাধ্যমিক, ১৫ বছৰত স্নাতকোত্তৰ আৰু ২২ বছৰত নেইনাই সম্পূৰ্ণ কৰিলে গৱেষণা। পঢ়া শুনাৰ লগতে নেইনা জয়ছোৱাল এগৰাকী সুদক্ষ খেলুৱৈও৷ দেশৰ কনিষ্ঠতম মহিলা গৱেষক হিচাপে স্বীকৃতি লাভ কৰিছে নেইনা জয়ছোৱালে।
সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰি ৰাজনীতিত ভৰি দিয়া এম এন এফ শাসনৰ পৰা আঁতৰাই নহয়, পৰাস্ত হ’ল দলৰ দিগ্গজ নেতা তথা মুখ্যমন্ত্ৰী এম জোৰামথাংগা। শাসনাধিষ্ঠিত দলটোৰ অকল মুখ্যমন্ত্ৰীয়েই নহয়, পৰাস্ত হ’ উপ-মুখ্যমন্ত্ৰীও। আৰু দলৰ আসন ২৬খনৰ পৰা হ্ৰাস পালে ১০ খনলৈ। ডাঙৰ কথাটো হ’ল মিজোৰামত পৰাস্ত হ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা। আইজল ইষ্ট-১
কণী খাবলৈ সুস্বাদু হোৱাই নহয় শৰীৰৰ বাবেও উপকাৰী। কাৰণ ইয়াত সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। আমাৰ দেশতেই হওক বা বিদেশতেই হওক কণী খাদ্যৰ এক বিশেষ অংশ। ব্ৰেকফাষ্টৰ ই এক গুৰুত্বপূৰ্ণ অংশ। অৱশ্যে আজিকালি অধিক সংখ্যক লোকে নিৰামিষ জীৱনশৈলী মানি চলিছে। যাৰ বাবে কণীৰ লগতে কোনো ধৰণৰ নন-ভেজ বা ডেইৰী
সনাতন ধৰ্মত কপালত তিলক বা ফোট লগোৱাটো বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কপালত তিলক লগালে ইতিবাচকতা আনে আৰু ৰাশিফলত উপস্থিত অগ্নিময় গ্ৰহবোৰ শান্ত হয় বুলি বিশ্বাস কৰা হয়। সাধাৰণ দিনত বা যিকোনো বিশেষ উৎসৱত বিভিন্ন ধৰণৰ তিলক ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত চন্দন কাঠৰ তিলক আটাইতকৈ উপকাৰী বুলি বিবেচিত