কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ২টাকৈ কাৰ্যকালত বোকাখাতৰ সৰ্বাংগীন বিকাশৰ বৰঢোলটো যিমানেই নবজাওক কিয় সমষ্টিটোৰ গ্ৰামাঞ্চলত প্ৰবেশ কৰিলেই ইয়াৰ প্ৰকৃত ছবি দেখা পোৱা যায়। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাহী
Category: Assamese News
এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন ৷ কিছু গৰম আৰু ধুলিময় হৈ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আজি পুৱাৰে অব্যাহত থকা কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰীয়া বতাহে ঠাণ্ডা পেলাই সৰ্বত্ৰে
মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মেৰাপানী অঞ্চলৰ এগৰাকী অষ্টম শ্ৰেণীৰত অধ্যয়ণৰত ছাত্ৰীক এজন বিবাহিত লম্পটে নগা পাহাৰৰ দাঁতিলৈ প্ৰলোভনেৰে
ধিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী যুৱতীক। শুকুৰবাৰে পুৱা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ধূপগুৰি কলনিবস্তিত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। যুৱতীগৰাকী
মহানগৰীৰ নুনমাটিৰ বি জি তিনিআলিত চুৰিকাণ্ড। এজন লোকৰ পৰা ২ চোৰে থপিয়াই নিলে ম’বাইল ফোন। অৱশ্যে আৰক্ষীয়ে আটক কৰে ২ চিলনী চোৰক। ধৃত চোৰ দুটা বিমল শ্বাহা আৰু সঞ্জীৱ দাস।