Advertisement

Category: Assamese News

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

পুনৰ উন্মোচন ছেবাৰ কাণ্ডজ্ঞানহীনতা। বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে সম্বিৎ ঘূৰাই পালে ছেবাই। সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীত

ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা ১৬খেলুৱৈক টংলাত বিপুল সম্বৰ্ধনা

ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা ১৬খেলুৱৈক টংলাত বিপুল সম্বৰ্ধনা

ওদালগুৰি জিলাৰ এথলেটিকছ ইভেণ্টৰ ১৬ গৰাকী খেলুৱৈক বুধবাৰে বৰজলাহস্থিত টংলা ষ্টেডিয়ামত আবেলি ৪ বজাত বিপুল সম্বৰ্ধনা জনোৱা হয়। টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্র ৰাভা আৰু আন্তৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল

বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ’ল শিবু…

বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ’ল শিবু…

অৰুণাচল প্ৰদেশৰ ৰুকচিনৰ এখন পথাৰত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ৷ নিজ বন্ধুক দাৰে ঘপিয়াই মুণ্ডছেদ কৰি কটা মূৰ লৈ থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই ৷ জানিব পৰা মতে অৰুণাচল প্ৰদেশত

ভাৰতীয় সেনাৰ হাতত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ হাতত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাই নিহত কৰিলে জম্মু আৰু কাশ্মীৰৰ উৰি চেক্টৰত ২ জন সন্ত্ৰাসবাদীক। এই সন্ত্ৰাসবাদীকেইজনে ভাৰতীয় সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা কৰি আছিল। সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ

সদৌ অসম আহোম সভাৰ ত্ৰি বাৰ্ষিক অধিৱেশন সম্পন্ন

সদৌ অসম আহোম সভাৰ ত্ৰি বাৰ্ষিক অধিৱেশন সম্পন্ন

টাই আহোম সকলৰ অন্যতম শক্তিশালী সংগঠন সদৌ অসম আহোম সভাৰ মাৰ্ঘেৰিটা অধিৱেশন সম্পন্ন। বুধবাৰে দিন জোৰা কাৰ্য্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সদৌ অসম আহোম সভা মাৰ্ঘেৰিটা জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া