কেৰালাত কৰ্মৰত ধেমাজিৰ দুই বিবাহিত যুৱকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ধেমাজি ৷ কৰ্ম সংস্হাপনৰ তাগিদাত কেৰেলালৈ গৈ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত ধেমাজি জিলাৰ উত্তৰ ধেমাজি ২ নং টেকজুৰিৰ মহন্ত স্বৰ্গীয়াৰী
Category: Assamese News
আজি দুপৰীয়া ৰূপহী কলেজৰ এগৰাকী ছাত্ৰীক এজন প্ৰাক্তন ছাত্ৰই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আক্ৰমণ কৰা প্ৰাক্তন ছাত্ৰজনৰ নাম ছাদ্দাম হুছেইন৷ ঘটনাৰ বিৱৰণী
দিপাৱলীলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ইতিমধ্যে উচ্চতম ন্যায়লয়ে ফটকাৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। ইয়াৰ মাজতে প্ৰদূষণ সৃষ্টিকাৰী ফটকাক লৈ অসম আৰক্ষীৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। তলত সৱিশেষ উল্লেখ কৰা হ’ল-
ডিব্ৰুগড়ৰ মোহনাঘাটত শোকাবহ দুখজনক ঘটনা। নিজ মাতৃৰ শ্ৰাদ্ধৰ পিণ্ড দিবলৈ গৈ দুই ভাই-ককাইৰ মৃত্যু। ব্ৰহ্মপুত্ৰত পিণ্ড দিবলৈ গৈ ডিব্ৰুগড় চহৰৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ দুই যুৱক। চহৰৰ আমোলাপট্টী চাৰিআলিৰ সমীপৰ
ৰীল বনাই বিপদত পৰিল এগৰাকী মহিলা আৰক্ষীকৰ্মী। আৰক্ষীৰ পোছাকত বনোৱা ভিডিঅ’ জ্যেষ্ঠ আৰক্ষীৰ চকুত পৰা লগে লগে ল’লে এক্সন। আৰক্ষী অধীক্ষকে মহিলা আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে।