বিশ্বকাপৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাত ভাৰতীয় দলত ৰিয়ান! অচিৰেই ঘোষণা হ’ব ৫খনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল। শেহতীয়াকৈ ছৈয়দ মুস্তাক আলী T-20 ক্ৰিকেটত ৭টা অৰ্ধ শতকেৰে বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰি
Category: Assamese News
ৰঙিয়াৰ নগৰৰ পৰা সন্ধানহীন হৈছে এগৰাকী যুৱতী । দূৰ্গা পুজা চাবলৈ গৈ নিৰুদ্দিষ্ট হৈছে ৰঙিয়া ষ্টেচনৰ ২ নং ৱাৰ্ডৰ মাইমিনা বেগম (২০) । যোৱা ২৩ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে
ৰনদীপ হুদা বিবাহঃ বলীউডৰ অভিনেতা ৰনদীপ হুদা বিবাহ সন্দৰ্ভত চৰ্চালৈ আহিছে খবৰ। খবৰ অনুসৰি অভিনেতাগৰাকীয়ে অতি সোনকালে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব
শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা
আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত। ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়।