আপোনাৰ জন্ম মাহ অক্টোবৰ নেকি? এই মাহত জন্ম হোৱা লোকে যিয়েই বেয়া পৰিস্থিতিৰ সন্মুখীন নহওক কিয় কেতিয়াও হাৰ নামানে… জ্যোতিষ শাস্ত্ৰৰ মতে এজন ব্যক্তিৰ জন্মৰ মাহৰ দ্বাৰা তেওঁৰ বৈশিষ্ট্য আৰু আচৰণ নিৰ্ণয় কৰা হয়। জ্যোতিষী ৰামকৃষ্ণ সাহাৰ মতে অক্টোবৰ মাহত জন্ম হোৱা লোকসকল অতি আশাবাদী। বেয়া পৰিস্থিতি আহিলেও কেতিয়াও
Category: Assamese News
বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান সত্যপুৰ পথৰ ২১ নং ঘৰত আছিল কল চেন্টাৰটো সংবাদমাধ্যমত অবৈধ কল চেন্টাৰৰ খবৰ সম্প্ৰচাৰ হোৱাৰ পিছতে ঘৰৰ গৰাকীয়ে খৱৰ দিছিল আৰক্ষীক বৃহস্পতিবাৰলৈ কাম চলি আছিল কল চেন্টাৰটোত পৰ্যতনৰ কাম বুলি লৈছিল কল চেন্টাৰটো ইতিমধ্যে ক্ৰাইম বাঞ্চে জব্দ কৰিছে চেন্টাৰটো সকলো সামগ্ৰী ৪০ৰো অধিক
শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত ৰূপৰ পদক দখল ভাৰতৰ। সৰৱজ্যোৎ সিং আৰু দিব্যাই জিনিলে ৰূপৰ পদক। ভাৰতৰ পদকৰ সংখ্যা ৩৪লৈ বৃদ্ধি।
পূজাৰ বতৰতে মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীয়ে যাচিব শাৰদীয় উপহাৰ! মহানগৰবাসীৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব জু–ৰোড উৰণ সেতু। উৰণ সেতুখন ৰং, তুলিকাৰে জিপাল কৰি তুলাত ব্যস্ত শিল্পী, কলা–কুশলীসকল।
মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন আবেদন নাকচ 🔷 বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সকাহ নিদিলে উৎপলা বসুক 🔷 নিম্ন আদালতৰ তথ্য উচ্চ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ 🔷 তথ্য লাভৰ পিছতহে জামিনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে 🔷 ১৪ নৱেম্বৰৰ ভিতৰত তথ্য দাখিল কৰিব লাগিব নিম্ন আদালতে