গৰমত এয়াৰ কণ্ডিচনাৰ লগোৱাতো তেনেই সাধাৰণ কথা। আজিকালি বহু ঠাইত দিনে ৰাতিয়ে এয়াৰ কণ্ডিচনাৰ চলে। পাৰিপাৰ্শ্বিকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা কোঠাত এয়াৰ কণ্ডিচনাৰ নহ’লেই নহয়। পিছে কেতিয়াবা এয়াৰ কণ্ডিচনাৰেই
Category: Assamese News
লংকাৰ বামুণগাঁৱত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। লংকা–লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা নেক্সন বাহনে। এই
এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল। আজি গুৱাহাটী পৌৰ নিগমে ছীল কৰি দিয়ে হোটেলখন। প্ৰতিদিনেই গ্ৰাহকেৰে ঠাহ খাই থকা হোটেলখন আজি পৌৰ নিগমৰ দল
বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক লৈ সবল হৈছে পৃথক ৰাজ্য গঠনৰ দাবী। তিনিওখন জিলাক লৈ ‘পূৰ্বাঞ্চল’ (Purvanchal) নামেৰে নতুন ৰাজ্য গঠনৰ দাবী বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ
মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ। ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA। আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত। ১ অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বুধবাৰে মণিপুৰ চৰকাৰে ঘোষণা