Category: Assamese News

স্মাৰ্টফোন ব্যৱহাৰ কৰোতে এইকেইটা ভুল নকৰিব

স্মাৰ্টফোন ব্যৱহাৰ কৰোতে এইকেইটা ভুল নকৰিব

আজিকালি প্ৰায়েই স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ফোনটো ব্যৱহাৰৰ ক্ষেত্ৰত কৰা কেইটামান ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে, আজিকালি প্ৰায়ভাগ স্মাৰ্টফোনতে থাকে হাই এম এ এইছ বেটাৰী আৰু ফাষ্ট চাৰ্জৰ সুবিধা৷ এনে ক্ষেত্ৰত স্মাৰ্টফোনটো সুৰক্ষিত কৰি ৰাখিবলৈ অধিক সচেতন হোৱা উচিত৷ উল্লেখ কৰা হ’ল স্মাৰ্টফোন ব্যৱহাৰৰ

দৈৰ সৈতে এইবোৰ খাদ্য নাখাব

দৈৰ সৈতে এইবোৰ খাদ্য নাখাব

দৈ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়৷ ই পাছন শক্তিৰ লগতে শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী কৰে৷ দৈ ভিটামিন বি-২, ভিটামিন বি-১২, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ’টিনসমৃদ্ধ৷ যাৰ বাবে দৈক ছুপাৰ ফু.ডৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়৷ এই বাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়৷

জানেনে ‘আদিপুৰুষ’তকৈ ‘চন্দ্ৰযান’ৰ বাজেট বহু কম

জানেনে ‘আদিপুৰুষ’তকৈ ‘চন্দ্ৰযান’ৰ বাজেট বহু কম

অৱশেষত দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ইছৰ’ই৷ বুধবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰ’ভাৰ ‘প্ৰজ্ঞান’ক সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে বিশ্বৰ ভিতৰতে ভাৰত চন্দ্ৰৰ দুৰ্গম দক্ষিণ মেৰুক স্পৰ্শ কৰা প্ৰথমখন দেশৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইপিনে চন্দ্ৰজয়ৰ এই

জাগুনৰ লেখাপানীত ছাত্রী সন্ধানহীন

জাগুনৰ লেখাপানীত ছাত্রী সন্ধানহীন

পাশাগাঁৱৰ অনিতা মুণ্ডা নামৰ ছাত্ৰীগৰাকী বৃহস্পতিবাৰৰ পৰা সন্ধানহীন! লেখাপানী আৰক্ষী থানাত এজাহাৰ – দাখিল পৰিয়ালৰ! ঘৰৰ পৰাই সন্ধানহীন হৈছে ছাত্ৰীগৰাকী! টিৰাপ উচ্চত মাধ্যমিকৰ দশম শ্ৰেণীৰ ছাত্ৰী অনিতা মুণ্ডা! সন্ধান পালে 6003605585ত যোগাযোগৰ আহ্বান!

সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ Grand Star North East 2023(season 2) আয়োজন

সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ Grand Star North East 2023(season 2) আয়োজন

নাজিৰাৰ শিমলুগুৰিত আগশাৰীৰ নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ উদ্যোগত আজি নাজিৰাৰ শিমলুগুৰি নাট্য মন্দিৰত Grand Star North East 2023 season 2ৰ নৃত্য আৰু বিউটি কনটেষ্ট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম গগৈয়ে ।