Category: Assamese News

গুৱাহাটীৰ আমিনগাঁৱৰ মহিলা নিৰুদ্দেশ

গুৱাহাটীৰ আমিনগাঁৱৰ মহিলা নিৰুদ্দেশ

১০ আগষ্ট বৃহস্পতিবাৰে গুৱাহাটী আমিনগাঁও কালাপাহাৰস্থিত ভাৰাঘৰৰ পৰা বিলাসীপাৰাৰ মাকৰ ঘৰলৈ গৈ থকা অৱস্থাৰ পৰা নিৰুদ্দেশ নমিতা ৰায়(২৫)। মহিলাগৰাকীক সন্ধান পালে 8472845657 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ।

নগাঁৱৰ কচুৱাত হেৰ’ইন আৰু ভাং জব্দ,আটক তিনি

নগাঁৱৰ কচুৱাত হেৰ’ইন আৰু ভাং জব্দ,আটক তিনি

নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট :–নগাঁও জিলাৰ কচুৱাত যোৱা নিশা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছ আৰু গাঞ্জা জব্দ কৰে । লগতে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ সৰবৰাহকাৰীক। কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ

চৰাইবাহীৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইবাহীৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৫ আগষ্ট:– মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ চৰাইবাহী অঞ্চলৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কৃষকসকলৰ আয় দুগুণ

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ । কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে মৃতদেহটো । উৱলি গৈছে গঁড়ৰ মৃতদেহটো । উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা

ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি

ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি

ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি শিশু অপহৰণৰ ঘটনাক অপ্ৰাসংগিক আখ্যা উৰাবাতৰি বিয়পোৱাৰ পৰা সকলোকে বিৰত থকাৰ আহ্বান অসম আৰক্ষীৰ উৰাবাতৰি বিয়পালে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি সকীয়নি অসম আৰক্ষীৰ