Category: Assamese News

১২৭ A ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা…

১২৭ A ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা…

১২৭ A নং ভাৰত -ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন। ,আহত বাইক আৰোহীজন চৰ্না গাঁৱৰ

‘মা ভাৰতী আকৌ জাগি উঠিছে’, স্বাধীনতা দিৱসৰ ভাষণত ‘মণিপুৰৰ হিংসা’ক লৈ বাৰ্তা দিলে মোদীয়ে!

‘মা ভাৰতী আকৌ জাগি উঠিছে’, স্বাধীনতা দিৱসৰ ভাষণত ‘মণিপুৰৰ হিংসা’ক লৈ বাৰ্তা দিলে মোদীয়ে!

ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে সমগ্ৰ দেশে। এই উপলক্ষে সজাই তোলা হৈছে লালকিল্লা। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ভাষণত স্থান পালে মণিপুৰৰ

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন। বলব’মৰ যাত্ৰী কঢ়িওৱা মিনি ট্ৰাকে মহতিয়ালে স্কুটী আৰোহীক। থিতাতে নিহত স্কুটী চালক নৱ কেঁওট। আহত জয়ন্ত শইকীয়া নামৰ এজন যুৱক। দূৰ্ঘটনা সংঘটিত কৰা চালকৰ পলায়ণ।

এইবাৰ বাঢ়িল পিয়াঁজৰ দাম! বৃদ্ধি হৈছে ১০-১৫ টকা পৰ্যন্ত

এইবাৰ বাঢ়িল পিয়াঁজৰ দাম! বৃদ্ধি হৈছে ১০-১৫ টকা পৰ্যন্ত

প্ৰতিকিলোগ্ৰাম পিয়াঁজত ১০-১৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে । বিগত ৪-৫ দিনৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে পিয়াঁজৰ দাম । পিয়াঁজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাইছে জনসাধাৰণক । দেশৰ সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ