“বিগত সকলো অভিলেখ ভংগ কৰি ২০২৪ চনত পুনৰ শাসনলৈ উভতি আহিব বিজেপি।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণৰ আৰম্ভণিতে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দি এনে দাবী কৰে। ২০১৮ চনত বিৰোধীয়ে অনা
Category: Assamese News
গুৱাহাটীত কালি সংঘটিত ছাত্ৰ হত্যাৰ লোমহৰ্ষক অপৰাধৰ বিষয়ে আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে। উল্লেখ্য, ভেটাপাৰাৰ মহৰ্ষি বিদ্যামন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰক হত্যা কৰি বোন্দাত পেলাই
দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ আৰম্ভ হ’ল যোৰহাটত। দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ বৃহস্পতিবাৰে আৰম্ভ হয় যোৰহাটত । অইল ইণ্ডিয়া লিমিটেডৰ গৱেষণাৰ
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আজিৰে (১১ আগষ্ট) পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা সন্ধিয়া ৬.৩০ বজাৰ পিছত বন্ধ হ’ব ফেৰীসেৱা ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে
সোণাপুৰৰ সুৰংগৰ সন্মুখত একাঁঠু পৰ্যন্ত পানী। ধাৰাষাৰ বৰষুণৰ বাবে খহিছে পাহাৰৰ মাটি। ভূমিস্খলনৰ বাবে সোমবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলত বাধা। পাহাৰৰ মাটিৰ লগতে প্ৰকাণ্ড শিল খহি বন্ধ বৰাক-গুৱাহাটী