Category: Assamese News

নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান

নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৭আগষ্ট:–“পৃথিৱীত জাতি মাথোঁ এটাই,সেয়া মানৱ জাতি আৰু ধৰ্ম এটাই সেয়া প্ৰেম । ভাষা হৈছে এটাই হৃদয়ৰ ভাষা । ভগৱান এজনেই সৰ্বত্ৰে বিদ্যমান । জ্ঞান এটা পাত্ৰত থ’ব নোৱাৰি। জ্ঞান

দেওবাৰে বিহালী বটিয়ামাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান বহু পৰিমাণৰ অৰুনাচলী সুৰা জব্দ আৰক্ষীৰ

দেওবাৰে বিহালী বটিয়ামাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান বহু পৰিমাণৰ অৰুনাচলী সুৰা জব্দ আৰক্ষীৰ

বিহালী অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আপকাৰী বিহালী আৰক্ষীযে বিভিন্ন সময়ত অভিযান চলাই বহু লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে তথাপিও একাংশ লোকে এতিয়াও বিহালীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,৬আগষ্ট:–কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা ৰবিবাৰৰ পৰা আৰম্ভ হৈছে । কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. আও ষ্টেডিয়ামত বিয়লি অনুষ্ঠিত এ ডিভিজনৰ উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

নিউজ ব্যুৰ’,নগাঁও,৬ আগষ্ট :–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহাৰ সত্ৰীয়া নৃত্যৰ যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনে প্ৰদান কৰে “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান । শনিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত

ৰঙিয়াত ৰেলৰ খুন্দাত নিহত এজন লোক

ৰঙিয়াত ৰেলৰ খুন্দাত নিহত এজন লোক

আজি পুৱা ৰঙিয়াৰ সমীপৰ ভাতকুচিত ৰেলগাড়ীৰ খুন্দাত নিহত হয় এজন লোক । নোনা নৈৰ পাৰত মৃতদেহটো উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে । লোক জনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।ৰেল