-আৰক্ষী-CRPF ৰ যৌথ অভিযানত আটক দুই UPFKLৰ সদস্য 🔶 আটক ৰাজেশ ফাংচ’ আৰু সঞ্জ্য ইংতি। 🔶 কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী আৰু CRPFএ অভিযান চলাই এখন এল্ট’ বাহনৰ পৰা জব্দ UPFKLৰ পেড, মাণাস্ত্ৰ, গোলা-বাৰুদ। 🔶 জব্দকৃত এল্ট’ বাহনখনৰ নম্বৰ AS01EF0152।
Category: Assamese News
ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে। ভাৰতৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি চলি অহা বহু নিয়ম-নীতি আছে। ঠিক তেনেকৈ ভাৰতৰ এখন গাঁও, য’ত বিদেশী মহিলাই সন্তান লাভৰ বাবে সেই গাঁওখনৰ স্থানীয় পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে। ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ বিদেশী নাগৰিক
নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–সদৌ নগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্র সন্থাৰ ব্যৱস্থাপনাত শনিবাৰে জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ পৰা সুখ্যাতিৰে
নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–নগাঁও জিলাৰ স্মৃতি বিজড়িত বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত আয়োজিত “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটিৰ যোৱা ৩০জুলাই,ৰবিবাৰে সামৰণি পৰে । উল্লেখ্য যে প্ৰায় ৩৫২বছৰ অতিক্ৰম কৰা থানখনৰ এই মহোৎসৱ উদযাপন অঞ্চলটোৰ লগতে ৰাজ্যখনৰ ভক্তিমাৰ্গ আৰু কৃষ্টি-সংস্কৃতি বিকাশৰ এক পৰম্পৰা আৰু প্ৰয়াসৰ বাবেই গৰখীয়া মহাপ্ৰভুৱে
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষীৰ উপ পৰিদৰ্শক যোৰহাট সদৰ থানা SI প্ৰণৱ নাথক গ্ৰেপ্তাৰ ২০ হাজাৰ টকা উৎকোচ লওঁতে গ্ৰেপ্তাৰ প্ৰণৱ নাথক