গণ+পতি=গণপতি-যাৰ- সহজ অৰ্থ= গণ-মানে-সমূহ-নানা-সকলো। পতি-মানে-স্বামী-মালিক। অৰ্থাৎ-সকলোৰে স্বামী-মালিক। গণ+ঈশ=গণেশ- যাৰ সহজ অৰ্থ… গণ-মানে=সমূহ.. নানা,, সকলো। ঈশ_মামে=ঈশ্বৰ.. ভগৱান। মৰ্হষি=পাণিনিৰ মতে- গণ-মানে-দিশ-দিক। পতি =মানে-স্বামী। গণপতি-গণেশ-মানে- দশো দিশৰ স্বামী। গণপতি’ৰ ,, অনুমতি অবিহনে কোনো..
Category: Assamese News
সোমবাৰে বিজেপি শাসিত হাৰিয়ানাৰ নোহ জিলাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এই পৰ্যন্ত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। এই চাৰিজন লোকৰ ভিতৰত আছে দুজন হোমগাৰ্ড, এজন ইমাম আৰু এজন সাধাৰণ নাগৰিক।
ধেমাজিত পুনৰ ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুযায়ী জিলাখনত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছত আৰু এনকেফেলাইটছ সদূশ ৰোগত মুঠ চাৰিজনৰ মৃত্যু হোৱাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে
কোকৰাঝাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ বিদ্যালয়ৰ অধ্যক্ষক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা । অধ্যক্ষগৰাকীৰ নাম ডেভিড ব্ৰাইট বসুমতাৰী । গোঁসাইগাঁৱৰ এখন আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ আছিল ডেভিড
দেওবাৰে গুৰুগ্ৰামত ধৰ্ষণৰ বলি হ’ল অসমৰ এগৰাকী যুৱতী ৷ অসমৰ পৰা দিল্লীত কাম কৰাৰ প্ৰলোভনৰে দিল্লী হৈ গুৰুগ্ৰামলৈ সৰবৰাহ কৰা হৈছিল যুৱতী গৰাকীক ৷ ৩০০০ হাজাৰ টকাত এজন যুৱকৰ হাতত