২০১২ চনত মুক্তি পোৱা অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালে অভিনীত ছবি ‘অ’ মাই গড’ বক্স অফিচত হিট ছবি হিচাপে প্ৰমাণিত হয়। এতিয়া এই ছুপাৰ সফল ছবিখনৰ ১১ বছৰৰ পাছত অক্ষয়
Category: Assamese News
মাতৃ হোৱাটো যিকোনো নাৰীৰ বাবে এক সুখদায়ক অনুভৱ। কিন্তু কিছুমান মহিলা আছে, যিয়ে এই সুখ পাবলৈ সক্ষম নহয়। আজিকালি আইভিএফে সেই মহিলাসকলৰ মাজত আশাৰ সৃষ্টি কৰে। এতিয়া প্ৰশ্ন উত্থাপন হয়
শেষ নিশ্বাস ত্যাগ কৰিলে সুদক্ষিণা শৰ্মাই। দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা তেওঁ জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰে। পুৱা ৮.২৫ বজাত মৃত্যুক সাৱটি লোৱা শিল্পীগৰাকীৰ বয়স আছিল ৮৯
মা কামাখ্যাৰ আশিস গ্ৰহণ কৰি IIT গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন। মহানগৰীৰ ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি। ২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক
এতিয়াৰে পৰা দিল্লী মেট্ৰ’ত যাত্ৰা কৰোতে যাত্ৰীয়ে কঢ়িয়াব পাৰিব সুৰা। এই কথা স্পষ্ট কৰিলে দিল্লী মেট্ৰ’ ৰে’ল বিভাগে। পিছে এই অনুমতি প্ৰদান কৰিলেও সীমিতভাৱেহে সুৰা নিব পাৰিব বুলি প্ৰকাশ কৰিছে