Category: Lifestyle

উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ- NEIFW 2021 গুৱাহাটীত ২৩-২৪ এপ্ৰিলত

উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ- NEIFW 2021 গুৱাহাটীত ২৩-২৪ এপ্ৰিলত

উত্তৰ-পূবৰ বহু প্ৰতীক্ষিত ফেশ্বন অনুষ্ঠান ‘উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ – ২০২১’ অহা ২৩ আৰু ২৪ এপ্ৰিলত গুৱাহাটীৰ  মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব। ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ অধীনত ক্ৰিয়েটিভ পিপলে ভাৰতৰ উত্তৰ-পূবৰ অন্যতম শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ আৰু ফেশ্বন কোৰিঅ’গ্ৰাফাৰৰ দ্বাৰা এই সুন্দৰ অনুষ্ঠানটো পৰিচালনা আৰু আয়োজন কৰি আহিছে ২০১৫