কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যোৱাৰ পথত নিখোজ চিলাপথাৰ যুৱক

কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যোৱাৰ পথত নিখোজ চিলাপথাৰ যুৱক

কৰ্মসংস্থাপন বিচাৰি দক্ষিণ ভাৰতৰ কেৰাললৈ যোৱাৰ পথত চিলাপথাৰৰ এজন যুৱক নিখোজ হোৱাৰ খবৰে হাহাকাৰ লগাইছে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত। জানিব পৰামতে চিলাপথাৰ জলকিয়াসুতি গাঁৱৰ মিলধৰ সোণোৱালৰ পুত্ৰ সঞ্জীৱ সোণোৱালে (৪০) যোৱা ১৯ আগষ্টত ডিব্ৰুগড়ৰ পৰা ট্ৰেইনযোগে কেৰেলালৈ বুলি যাত্ৰা কৰিছিল। পিছে ৰে’লৰে গৈ থকা অৱস্থাত ২১ আগষ্টত যাত্ৰা পথৰ তামিলনাডুৰ

‘চন্দ্ৰযান-৩’ ৰ সৈতে জড়িত জামুগুৰিহাটৰ জীয়ৰী উদ্দীপনাক লৈ গৌৰৱাম্বিত পিতৃ…

‘চন্দ্ৰযান-৩’ ৰ সৈতে জড়িত জামুগুৰিহাটৰ জীয়ৰী উদ্দীপনাক লৈ গৌৰৱাম্বিত পিতৃ…

দেউতা মোৰ কাম শেষ। তোমাক কথা দিছিলো আৰু মোৰ কথা ৰাখিলো।’ যিসময়ত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ৰোভাৰ বিক্ৰমৰ সফল অৱতৰণক লৈ সমগ্ৰ দেশবাসীৰ লগতে অসমতো আনন্দৰ এক পৰিৱেশেে বিৰাজ কৰিছিল, দেশবাসী ইছৰোৰ বিজ্ঞানীসকলৰ সফলতাত গৌৰৱাম্বিত হৈ পৰিছিল সেই সময়তে ইছৰোৰ পৰা এগৰাকী বিজ্ঞানীয়ে ফোন কৰি জামুগুৰিহাটৰ পিতৃক এইদৰে কৈছিলি। অথচ

গুৱাহাটীৰ পৰা খোজকাঢ়ি কেদাৰনাথত উপস্থিত! ৯৯ দিনৰ এক ৰোমাঞ্চকৰ যাত্ৰা অজয় দে’ৰ

গুৱাহাটীৰ পৰা খোজকাঢ়ি কেদাৰনাথত উপস্থিত! ৯৯ দিনৰ এক ৰোমাঞ্চকৰ যাত্ৰা অজয় দে’ৰ

গুৱাহাটী নিবাসী অজয় দে’য়ে সঁচা অৰ্থত এক প্ৰশংসনীয় কৃতিত্ব অৰ্জন কৰিছে। এক দুঃসাহসিক অভিযান আৰম্ভ কৰি অজয়ে গুৱাহাটীৰ পৰা পদব্ৰজে যাত্ৰা কৰি ৯৯ দিনৰ অন্তত গন্তব্যস্থান পবিত্ৰ কেদাৰনাথত সফলতাৰে উপস্থিত হয়। উল্লেখযোগ্য যে, গোটেই যাত্ৰাটোত তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম – ইনষ্টাগ্ৰাম (@ajaydey20) আৰু ইউটিউবত খোজকাঢ়ি যোৱাৰ মনোমোহা ভিডিঅ’ শ্বেয়াৰ

সামাজিক মাধ্যমত ফটো বিকৃতকৰণ, ক্ষোভ উজাৰিলে কণ্ঠশিল্পী দীপলিনাই, কাৰ বিৰুদ্ধে ল’লে ব্যৱস্থা?

সামাজিক মাধ্যমত ফটো বিকৃতকৰণ, ক্ষোভ উজাৰিলে কণ্ঠশিল্পী দীপলিনাই, কাৰ বিৰুদ্ধে ল’লে ব্যৱস্থা?

সামাজিক মাধ্যমক ফটো বিকৃতকৰণক লৈ ক্ষোভ উজাৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই (Deeplina Deka)। কিছুদিন পূৰ্বে দীপলিনাৰ ফটো সামাজিক মাধ্যমত বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। আজি এক ফেচবুক লাইভযোগে দীপলিনাই সমগ্ৰ ঘটনা অৱগত কৰাৰ লগতে এয়া তেনে মানসিকতাৰ লোকসকলৰ বাবে এক সকীয়নিহে বুলিও মন্তব্য কৰে। ফেচবুক লাইভত দীপলিনাই

বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা, একাদশ-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে দুটা ভাষাত কৰিব লাগিব অধ্যয়ন

বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা, একাদশ-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে দুটা ভাষাত কৰিব লাগিব অধ্যয়ন

ব’ৰ্ড পৰীক্ষাৰ বাবে তৈয়াৰী কৰি থকা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে বৃহৎ খবৰ। এতিয়াৰে পৰা CBSE ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হ’ব। লগতে, একাদশ (11th class) আৰু দ্বাদশ শ্ৰেণীৰ (12th class) শিক্ষাৰ্থীয়ে এটাৰ পৰিৱৰ্তে দুটা ভাষাত অধ্যয়ন কৰিব লাগিব আৰু তাৰে এটা ভাৰতীয় ভাষা (Indian Language) হ’ব লাগিব। বুধবাৰে কেন্দ্ৰই নতুন শিক্ষা