চৰাইবাহীৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইবাহীৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৫ আগষ্ট:– মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ চৰাইবাহী অঞ্চলৰ মহাবাহু এগ্ৰ’ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কৃষকসকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠিত আৰু ভাৰতীয় চৰকাৰৰ ১০ হাজাৰ FPOৰ অন্তৰ্ভূক্ত আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE)ৰ দ্বাৰা লালিত

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ । কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে মৃতদেহটো । উৱলি গৈছে গঁড়ৰ মৃতদেহটো । উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷ বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক মৃত্যু হৈছে আৰু খৰ্গটো বিলৰ পানীত পৰি যোৱাৰ সন্দেহ ৷ খৰ্গটোৰ সন্ধানত

ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি

ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি

ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি শিশু অপহৰণৰ ঘটনাক অপ্ৰাসংগিক আখ্যা উৰাবাতৰি বিয়পোৱাৰ পৰা সকলোকে বিৰত থকাৰ আহ্বান অসম আৰক্ষীৰ উৰাবাতৰি বিয়পালে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি সকীয়নি অসম আৰক্ষীৰ

বিশ্বনাথ, বজালী, তামুলপুৰ আৰু হোজাইক পুনৰ জিলা ঘোষণা

বিশ্বনাথ, বজালী, তামুলপুৰ আৰু হোজাইক পুনৰ জিলা ঘোষণা

বিশ্বনাথ, বজালী, তামুলপুৰ আৰু হোজাইক পুনৰ জিলা ঘোষণা ৰাজ্যত বিলুপ্ত হ’ব ২৪টা মহকুমা ইয়াৰ বিপৰীতে গঠন কৰা হয় ৮১খন উপ-জিলা কেবিনেট বৈঠকত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ