পেটৰ অতিৰিক্ত চৰ্বিয়ে ক্ষতি সাধন কৰিব পাৰে লিভাৰৰ

পেটৰ অতিৰিক্ত চৰ্বিয়ে ক্ষতি সাধন কৰিব পাৰে লিভাৰৰ

পেটত অতিৰিক্ত মেদ জমা হ’লে লিভাৰৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ মানুহৰ সাধাৰণ ধাৰণা যে সুৰাপান কৰাৰ ফলতে লিভাৰৰ অসুখ বা ক্ষতি হয়৷

মৰিছা শাক নিয়মীয়াকৈ খালেও পাব অনেক উপকাৰ

মৰিছা শাক নিয়মীয়াকৈ খালেও পাব অনেক উপকাৰ

যিকোনো ধৰণৰ শাক-পাচলিতেই থাকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান৷ সেউজীয়া শাক-পাচলি যেনে লাই শাক, পালেং, জিলমিল, ঢেকীয়া আদিত বিভিন্ন ঔষধি গুণো আছে৷ যাৰ বাবে নিয়মীয়াকৈ সেউজীয়া শাক-পাচলি খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ সেউজীয়া শাক-পাচলি খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ সেউজীয়া ৰঙৰ শাক-পাচলিৰ ওপৰি ৰঙা শাক-পাচলিতো প্ৰচুৰ পৰিমাণে

বৰমাক, বৰদেউতাকৰ নিৰ্যাতন সহিব নোৱাৰি যুৱতীৰ আত্মহত্যা !

বৰমাক, বৰদেউতাকৰ নিৰ্যাতন সহিব নোৱাৰি যুৱতীৰ আত্মহত্যা !

গুৱাহাটী মহানগৰীত পুনৰ এগৰাকীয় যুৱতীয়ে আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ লালমাটি অঞ্চলত। অভিযোগ অনুসৰি আত্মহত্যাৰ পথ বাচি লোৱা যুৱতীগৰাকীয়ে শাৰীৰিক, মানসিক অশান্তিৰ বাবেই এই ঘটনা সংঘটিত কৰিলে। স্থানীয় লোকৰ মতে বৰমাক আৰু বৰদেউতাকে যুৱতীগৰাকীক প্ৰায়ে চলাই আহিছিল নিৰ্যাতন। যোৱা নিশাও পূৰ্বৰ

হাঁওফাঁওত হ’ব পৰা সংক্ৰমণ ৰোধৰ বাবে এইখিনি কৰক

হাঁওফাঁওত হ’ব পৰা সংক্ৰমণ ৰোধৰ বাবে এইখিনি কৰক

বতাহত মিহলি হৈ থকা ধূলিকণাৰ পৰা হাঁওফাঁওৰ মাৰাত্মক ক্ষতি হয়৷ এনে ধৰণৰ ধূলিকণাৰ পৰাই হাঁওফাঁওত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ এনেদৰে ধূলিকণাৰ লগতে অন্য কাৰণত হোৱা সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰাকৃতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ এই ব্যৱস্থাৰ জৰিয়তে হাওঁফাওঁক পৰিষ্কাৰ কৰিও ৰাখিব পাৰি– গ্ৰীণ টীঃ গ্ৰীণ টীত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট৷ নিয়মীয়াকৈ

‘আই ড্ৰপ’ ব্যৱহাৰত সাৱধান হওক

‘আই ড্ৰপ’ ব্যৱহাৰত সাৱধান হওক

যিকোনো ধৰণৰ চকুৰ অসুখত আক্ৰান্ত হ’লেই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দোকানৰ পৰা ঔষধ ক্ৰয় কৰি প্ৰয়োগ কৰাৰ প্ৰৱণতা বেছিভাগৰেই আছে৷ সাধাৰণতে হোৱা ধূলি-বালিৰ বাবে হোৱা কংজাংটিভাইটিছত আক্ৰান্ত হ’লে ফাৰ্মাচীৰ পৰা চকুৰ দৰৱ আনি বহুতেই ব্যৱহাৰ কৰে৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে এইদৰে ষ্টেৰয়েডযুক্ত ঔষধ চকুৰ দিয়াৰ ফলত চকুৰ অসুখ ভাল হোৱাৰ বিপৰীতে চকুৰ