তিনিটাকৈ সন্তানক এৰি নিশা ঘৰৰ পৰাই নিৰুদ্দেশ হ’ল জানমণি। মেৰাপানীৰ ভেলৌগুৰিৰ ২৭ বছৰীয়া জানমণি ওৰফে মল্লিকা চুলতানা আহমেদ যোৱা ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। পৰকীয়া প্ৰেমৰ পৰিণতিত অঞ্চলতটোত দিনক দিনে বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনা বৃদ্ধি পাই অহা সময়তে জানমণিও পৰ পুৰুষলৈ পলাই যোৱাৰ সন্দেহত ভাঙি পৰিছে
নিউজ ব্যুৰ’,নগাঁও,২২আগষ্ট:–পশ্চিম কাৰ্বি আংলং জিলাত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ । ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড° ভাৰ্জিনিয়া দাউচনৰ দ্বাৰা ৰচনা কৰি উলিওৱা “Introduction to Tiwa Grammar” শীৰ্ষক ব্যাকৰণখনি উন্মোচন কৰে তিৱা মাথনলাই তখ্ৰাৰ সভাপতি দ্বিপেন্দ্ৰ নাথ বৰদলৈয়ে । ব্যাকৰণখনিৰ ৰচক অষ্ট্ৰেলিয়াৰ নিবাসী ড° ভাৰ্জিনিয়া দাওচে সকলো
নিউজ ব্যুৰ’,নগাঁও,২২আগষ্ট:–গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে যোৱা ১৯ আৰু ২০আগষ্টত অসমৰ তিনিটা মণ্ডলত আয়োজন কৰা তেজপুৰ মণ্ডলৰ সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে । অসমৰ বিভিন্ন জিলাৰ মুঠ ২০টা শিশু নাট্য দলৰ যোগদান কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ৰঙ্গমঞ্চত ১৯ আগষ্টত প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে
নিউজ ব্যুৰ’,নগাঁও,২১আগষ্ট:–গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাক শিক্ষাৰ মাধ্যমৰে গঢ় দিয়াৰ মানসেৰে ১৯৮৯ চনত কেইজনমান বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়
নিউজ ব্যুৰ’,নগাঁও,২০আগষ্ট:–কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অধীনত থকা উত্তৰ বৰবিল উপ আৰক্ষী থানৰ অন্তৰ্গত ৪ নং ৰংকুট গাঁৱৰ এজন যুৱক নিৰুদ্দেশ হৈ আছে। বলৰাম নম:শূদ্ৰৰ পুত্ৰ ৰূপাল নম:শূদ্ৰ নামৰ যুৱকজন গেঞ্জী আৰু হাফ পেন্ট পিন্ধা অৱস্থাত ৰবিবাৰে দিনৰ ১১ বজাত নিজ ঘৰৰ পৰাই এখন নতুন চাইকেল লৈ কৰবালৈ ওলাই গুচি