🔵 ইতিমধ্যে দাখিল বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন 🔵 মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিলে বিশেষজ্ঞ সমিতিয়ে 🔵 প্ৰতিবেদনৰ পিছতে তৎপৰ ৰাজ্য চৰকাৰ 🔵 সাধাৰণ জনতাৰ পৰামৰ্শ বিচাৰিছে ৰাজ্য চৰকাৰে 🔵 গৃহ আৰু ৰাজনৈতিক বিভাগক দিব পাৰিব পৰামৰ্শ 🔵 ৩০ আগষ্টৰ পৰা ই-মেইলযোগে পৰামৰ্শ প্ৰদানৰ আহ্বান 🔵 গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবৰ জাননী জাৰি
এইবাৰ হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও৷ ৰাজস্থানৰ জয়পুৰত এগৰাকী IPS বিষয়াক এগৰাকী মহিলা চিকিৎসকে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি ব্লেকমেইল কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ মহিলাগৰাকীয়ে বিষয়াগৰাকীক পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি তেওঁক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে অন্যথা তেওঁক ৫০ লাখ টকা দিবলৈ ব্লেকমেইল কৰে
ইণ্ডিগোৰ এখন বিমানে নাগপুৰ বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৷ বিমানখনত থকা এজন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অৱনতি ঘটাৰ ফলত বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে ৷ জানিব পৰা মতে বিমান যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বিমানৰ ভিতৰতে অধিক জটিলতাই দেখা দিয়ে । মুম্বাইৰ পৰা ৰাঁচীলৈ যোৱা বিমানখনৰ যাত্ৰীগৰাকীয়ে তেজ বমি কৰিবলৈ আৰম্ভ কৰাৰ পিচত
🔴অহা ৩০ আগষ্টত মুকলি হ’ব মালিগাঁৱৰ উৰণ সেঁতু 🔴টুইটযোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
🔸পুনৰ বিদেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 🔸৪ দিনীয়া ভ্ৰমণসূচীৰে নৰেন্দ্ৰ মোদীৰ দক্ষিণ আফ্ৰিকা, গ্ৰীছলৈ ৰাওনা 🔸জোহান্সবাৰ্গত ১৫সংখ্যক BRICS সন্মিলনত অংশ ল’ব মোদীয়ে 🔸আজিৰে পৰা ২৪ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব সন্মিলন