কৰিমগঞ্জত ডেৰ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

কৰিমগঞ্জত ডেৰ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

🔴কৰিমগঞ্জত ডেৰ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ 🔴নিচাজাতীয় টেবলেটসহ জয়নাল হক আৰু জামাল উদ্দিন নামৰ এজনক আটক 🔴দুটা পৃথক অভিযানত সৰ্বমুঠ ৩০ হাজাৰ য়াবা টেবলেট জব্দ

মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই পিতৃক হত্যা পাষণ্ড পুত্ৰৰ

মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই পিতৃক হত্যা পাষণ্ড পুত্ৰৰ

🔴মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই পিতৃক হত্যা পাষণ্ড পুত্ৰৰ🔴গোলাঘাটৰ কমাৰবন্ধাৰ ৰঙাগড়ত সংঘটিত হৈছে নৃশংস ঘটনা🔴সুৰাৰ ৰাগীত মাতাল পুত্ৰ নৱজিৎ কৰ্মকাৰে হত্যা কৰিলে পিতৃ আশাৰাম কৰ্মকাৰক🔴পিতৃয়ে মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই কোৰেৰে আক্ৰমণ🔴কোৰৰ ঘাপত ঘৰৰ চোতালতে মৃত্যু হয় পিতৃ আশাৰাম কৰ্মকাৰৰ🔴আশাৰাম কৰ্মকাৰৰ পত্নীৰ ভাষ্যত পোহৰলৈ আহিছে ঘটনাৰ সবিশেষ তথ্য🔴ইতিমধ্যে হত্যাকাৰী নৱজিতক

অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব GMC-এ

অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব GMC-এ

🔴অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব GMC-এ🔴কৰ ফাঁকি দিয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ GMC🔴অনুজ্ঞা-পত্ৰ নৱীকৰণ নকৰা প্ৰতিষ্ঠানে ভৰিব লাগিব জৰিমনা🔴ম্যাদ উকলা অনুজ্ঞা-পত্ৰ নৱীকৰণ কৰিবলৈ সময়সীমা ধাৰ্য🔴১০ দিনৰ সময়সীমা বান্ধি দিছে GMC কৰ্তৃপক্ষই🔴এই পৰ্যন্ত মহানগৰীত ৫০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নৱীকৰণ কৰা নাই অনুজ্ঞা-পত্ৰ🔴এই তথ্য সদৰী কৰিছে GMCৰ মেয়ৰ মৃগেন শৰণীয়াই

গৃহৰক্ষী জোৱান হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গৃহৰক্ষী জোৱান হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

🔴গৃহৰক্ষী জোৱান হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ🔴২০১৮ চনত গোসাঁইগাঁৱত গৃহৰক্ষী জোৱানক হত্যা কৰা অভিযুক্তজনক গ্ৰেপ্তাৰ🔴আত্মগোপন কৰি থকা অৱস্থাত চাপৰৰ চৰুৱা বাকৰাৰ পৰা গ্ৰেপ্তাৰ হানিফ আলী খানক