উদ্ভট সাজসজ্জাৰে ফটোশ্বুট কৰি জনপ্ৰিয় হৈ পৰা উৰ্ফি জাভেদলৈ আহিল ভাবুকি। ফেশ্বনিষ্ট উৰ্ফি জাভেদ– যিয়ে মায়ানগৰীৰ অন্যতম জনপ্ৰিয় তাৰকা, তেওঁ সদায় নেটদুনিয়াত অদ্ভুত কাপোৰ পিন্ধি অনুৰাগীক আচৰিত কৰি তোলে। তেওঁ সদায়ে নতুন নতুন সাজসজ্জাৰে অৱতাৰ ধৰি বাৰে বাৰে শিৰোনাম দখল কৰাৰ লগে লগে তেওঁক এই কাৰণতে কেইবাবাৰো মৃত্যুৰ ভাবুকি দিয়া
খ্যাতনামা চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ (Filmmaker Rima Das) শেহতীয়া চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ (Tora’s Husband) অহা ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব। আজি দেওবাৰে ছয়গাঁও থানা এলেকাৰ দগাঁও কটহী গাঁৱত ‘তৰা’ছ হাছবেণ্ড’ৰ মুখ্য চৰিত্ৰৰ অভিনেতা অভিজিৎ দাসৰ কৃষিপামত এক ব্যতিক্ৰমী নৈসৰ্গিক পৰিৱেশত চলচ্চিত্ৰখনৰ পষ্টাৰ মুকলি কৰা হয় । তৰা’ছ হাছবেণ্ডৰ পৰিচালক ৰীমা দাসৰ
দিল্লীযাত্ৰাৰ পূৰ্বে নগাঁৱত বিয়লি বহু বিস্ফোৰক মন্তব্য আগবঢ়াই থৈ গ’ল ৰাজেন গোহাঁইয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজেন গোঁহাইলৈ সাতবাৰকৈ ফোন কৰি অমিত কুমাৰ শ্বাহক সাক্ষাৎ কৰিবলৈ কোৱাৰ পিছত দেওবাৰে বিয়লি তেওঁ দিল্লী অভিমুখে ৰাওনা হৈছে নগাঁৱৰ বাসগৃহৰ পৰা । দিল্লী যাত্ৰাৰ প্ৰাকক্ষণত প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ
চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। উল্লেখ্য যে সোমবাৰে পুৱতি নিশা ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। ইয়াৰ পাছতে দুয়ো সন্ধানহানী হৈ পৰে। সন্ধানহীন দুয়ো কিশোৰৰ ঘৰ জোনাইৰ উদয়পুৰত। সন্ধানহীন কানায়া চাহানী পৱন চাহানীৰ পুত্ৰ আৰু গলু
*How To Avoid Liver Disease:সুৰাৰ ফলত যকৃতৰ ক্ষতি হয়। নিয়মীয়াকৈ সুৰা সেৱন কৰিলে যকৃতৰ ওপৰত বেয়া প্ৰভাৱ পৰে। কিন্তু কেৱল সেয়াই নহয়, কেইবাটাও খাদ্যই যকৃত ধ্বংস কৰিব পাৰে। এই খাদ্যবোৰত থকা উপাদানবোৰে ফেটি লিভাৰকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ফলস্বৰূপে বহুতো খাদ্য আছে যাৰ পৰা আঁতৰি থকা ভাল। বিশেষকৈ যকৃতৰ