লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা : ৯জন ভাৰতীয় সেনাৰ মৃত্যু

লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা : ৯জন ভাৰতীয় সেনাৰ মৃত্যু

লাডাখত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ মৃত্যু হয়। শনিবাৰে বিয়লি প্ৰায় ৬-৩০ বজাত ন্যমা অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰামতে সেনাবাহিনীৰ দলটো কৰু গেৰিছনৰ পৰা কিয়াৰি অভিমুখে গৈ থকাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয়। লেহৰ পাৰ্বত্য এলেকাৰ পথেৰে গৈ থাকোতে সেনাবাহিনীৰ বাহন এখন পিছলি গিৰিখাদত পৰি যায়। ফলত

বিমানসেৱিকাৰ অন্তৰ্বাসৰ ফটো আৰু ভিডিঅ’ তুলি বিপদত বৃদ্ধ যাত্ৰী

বিমানসেৱিকাৰ অন্তৰ্বাসৰ ফটো আৰু ভিডিঅ’ তুলি বিপদত বৃদ্ধ যাত্ৰী

বিমানত যাত্ৰীৰ অভব্য আচৰণ। বিমান পৰিচাৰিকাৰ ফটো আৰু ভিডিঅʼ লৈ বিপদত পৰিল এগৰাকী বৃদ্ধ যাত্ৰী। সমগ্ৰ ঘটনাটো কেমেৰাত ধৰিলে এগৰাকী vlogger-এ। দিল্লীৰ পৰা মুম্বাইলৈ যোৱা স্পাইচজেটৰ বিমানত এই ঘটনা সংঘটিত হোৱা বুলিও তেওঁ কয়। এজন বৃদ্ধক অত্যাৱশ্যকীয় সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছিল এগৰাকী বিমান পৰিচাৰিকা। তেতিয়াই মানুহজনে তেওঁৰ স্কাৰ্টৰ তলত কেমেৰাটো

পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ

পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ

🔴পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ🔴উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ🔴আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি🔴৫ দিন পূৰ্বে স্বাভাৱিকভাৱে মৃত্যু গঁড়টোৰ হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু চি এইচ ডি সুমন মহাপাত্ৰই

বৃদ্ধৰ কামনাৰ বলি ১৩ বছৰীয়া কিশোৰী

বৃদ্ধৰ কামনাৰ বলি ১৩ বছৰীয়া কিশোৰী

চাপৰত সংঘটিত হৈছে এক জঘণ্য ঘটনা। দীৰ্ঘদিন ধৰি প্ৰতিবেশী এগৰাকী বৃদ্ধই ভয় ভাবুকিৰে এগৰাকী কিশোৰীৰ ওপৰত চলাই আছিল শাৰীৰিক শোষণ। কিশোৰীগৰাকী অন্ত:সন্তা হোৱাৰ পিছতহে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা। বৃদ্ধগৰাকীৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকীৰ বয়স ১৩ বছৰ। ঘটনা অনুসৰি সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক প্ৰতিবেশী লম্পটোৱে প্ৰথমে ৬ মাহ পূৰ্বে নিজৰ

ডিফু-লামডিং পথত আৰক্ষীৰ বাহনেৰে মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ : নিহত মটৰ চাইকেল আৰোহী

ডিফু-লামডিং পথত আৰক্ষীৰ বাহনেৰে মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ : নিহত মটৰ চাইকেল আৰোহী

আজি পুৱাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহী থিতাতে নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বৰলাংফেৰ থানাৰ আৰক্ষীৰ এটা দলে এএছ-৩০-৯০২৮ নম্বৰৰ বলেৰʼ বাহনখনৰ সৈতে বিপৰীত দিশৰ পৰা গৈ থকা এএছ-০৯-এ-২২৬৭ নম্বৰৰ মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ দলটোৱে ডিফু লৈ এজন আচামীক লৈ