এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলে আৰম্ভ কৰিছে প্ৰস্তুতি

এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলে আৰম্ভ কৰিছে প্ৰস্তুতি

তাৰ অংশস্বৰূপে ভাৰতীয় ক্ৰিকেট দলে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত এক সপ্তাহজোৰা শিবিৰৰ আয়োজন কৰিব । য’ত এছিয়া কাপৰ নিৰ্বাচিত খেলুৱৈসকলে অংশগ্ৰহণ কৰিব । পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ক্ৰিকেটত খেলিবলৈ যাবলগীয়া খেলুৱৈসকলে এই শিবিৰত অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে । তাৰ প্ৰাকক্ষণত দিল্লীত ২১ আগষ্টত ভাৰতীয় ক্ৰিকেট দলৰ

অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ জাৰি কৰিছে এই নিৰ্দেশনা

অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ জাৰি কৰিছে এই নিৰ্দেশনা

নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অধ্যাপিকাই চুৰিদাৰ পিন্ধিব পাৰিব। অধ্যাপিকাসকলে চেলৱাৰ, শাৰী, মেখেলা-চাদৰৰ লগতে জাতীয় সাজ-পোছাক পিন্ধাত বাধা নাথাকিব। পিছে পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত অধ্যাপিকাসকলে টি-চাৰ্ট, জিনছ, লেগিংছ আদি পিন্ধিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ আছে। আনহাতে এই ক্ষেত্ৰত অধ্যাপকে ফৰমেল চাৰ্ট-পেণ্টৰ লগতে ধুতি-পাঞ্জাবী পিন্ধিব পাৰিব। ইয়াৰ বিপৰীতে অধ্যাপকসকলে টি-চাৰ্ট, জিনছ পিন্ধিব

অমৰনাথ যাত্ৰাত অঘটন, ৩০০ ফুট তলত পৰি মৃত্যু ৫০ বছৰীয়া তীৰ্থযাত্ৰীৰ

অমৰনাথ যাত্ৰাত অঘটন, ৩০০ ফুট তলত পৰি মৃত্যু ৫০ বছৰীয়া তীৰ্থযাত্ৰীৰ

🔷 অমৰনাথ যাত্ৰাৰ পৰা ওভতাৰ সময়ত এই ঘটনা 🔷 উদ্ধাৰকাৰী দলে মৃত অৱস্থাত উদ্ধাৰ কৰে লোকজনক 🔷 মৃত তীৰ্থযাত্ৰীগৰাকী বিহাৰৰ বিজয় কুমাৰ শ্বাহ 🔷 বিহাৰৰ ৰোহতাথ জিলাৰ তুম্বা গাঁৱৰ বাসিন্দা মৃত শ্বাহ

ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক :মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক :মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

‘ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স, ৰাজেন গোহাঁইক চাৰিবাৰ কৈ সাংসদ বনাইছে, এবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, ৰাজ্যিক দলৰ সভাপতি হৈছে, ইয়াতকৈ বেছি আশা কৰাতো ভূল

বলিউডৰ ‘Ghoomer’ ছবিৰ গীতত কণ্ঠদান অসমৰ দিপাক্ষী কলিতাৰ!

বলিউডৰ ‘Ghoomer’ ছবিৰ গীতত কণ্ঠদান অসমৰ দিপাক্ষী কলিতাৰ!

আৰ বাল্কী পৰিচালিত ছবি ‘Ghoomer’ৰ গীতত কণ্ঠদান এগৰাকী অসমৰ যুৱতীৰ। নলবাৰীৰ দিপাক্ষী কলিতাই কণ্ঠদান কৰিছে এগৰাকী ক্ৰিকেটাৰৰ প্ৰেৰণাদায়ক কাহিনীৰে নিৰ্মিত ‘Ghoomer’ ছবিৰ শীৰ্ষ গীতত। অভিষেক বচ্চন আৰু চেইয়ামী খেৰ অভিনীত ছবি ‘Ghoomer’। শেহতীয়াকৈ ছবিগৃহ আৰু OTT প্লেটফৰ্মত মুক্তি লাভ কৰিছে ছবিখনে।