বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে নগাঁও ক্ৰীড়া সন্থা সোচ্চাৰ হৈ উঠিছে ৷ কালিলৈকে নিশ্চুপ হৈ থকা নগাঁও ক্ৰীড়া সন্থাই এইবাৰ ৰাজেন গোঁহাইৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ ৷ ক্ৰীড়া সন্থাক দিব লগা ধন আদায় দিবলৈ ৰাজেন গোঁহাইক নগাঁও
ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কাণ্ডত নাম সাঙোৰ খোৱা আন এজন অভিযুক্ত অভিমন্যু দাস ক’ত? ঘটনাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছে অভিমন্যু দাস। শুকুৰবাৰে ছচিয়েল মিডিয়াত অভিমন্যুৱে আপলোড কৰিছিল ফটো। অভিমন্যুৱে নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ কৰি আজি অসম আৰক্ষীৰ এটা দল ৰাওনা হৈছে নেপাললৈ। উল্লেখযোগ্য যে বহু নামেৰে পৰিচিত এইজন
বহু আশাৰে দীৰ্ঘবিৰতিৰ অন্তত নতুন দিল্লীলৈ গৈ আলোচনাত মিলিত হ’ল আলোচনাপন্থী আলফাৰ নেতৃত্ব ৷ পিছে বৰ বিশেষ ভাল ফলাফল নাপালে আলফাৰ নেতৃত্বই ৷ শুকুৰবাৰে নতুন দিল্লীত সম্পন্ন হয় আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক ৷ চৰকাৰৰ মধ্যস্থতাকাৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয় ৷ বৈঠকৰ অন্তত আলফাৰ
🔵 ৬ দিনীয়া ভ্ৰমণসুচীৰে লাডাখলৈ ৰাহুল গান্ধী 🔵 লাডাখৰ লগতে ভ্ৰমণ কৰিব কাৰ্গিলো 🔵 ২৪ আগষ্টত কাৰ্গিলত উপস্থিত হ’ব ৰাহুল গান্ধী 🔵 আজি পৰিভ্ৰমণ কৰিব ভাৰত-চীন সীমান্তৰ বিবদমান এলেকা 🔵 পাংগিং হ্ৰদো পৰিদৰ্শন কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে 🔵 ২৫ আগষ্টৰ ৰাজহুৱা সমদলত অংশ ল’ব ৰাহুল গান্ধীয়ে
Amethyst presents an exhibition of Tribal Silver Jewellery by Amrapali and Anavila’s Pre Festive Collection – Saar from 11am to 7.30pm on August 24th, 25th and 26th, 2023 at Amethyst, Whites Road, Royapettah, Chennai. Ph : 044 45991630/31. Amrapali Tribal Jewellery Collection: The tribal silver jewellery collection is an unparalleled curation