শশাংক কটকীৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা জীম ট্ৰেইনাৰ দিপাংকৰ বৰাক আজি আদালতত হাজিৰ কৰালে আৰক্ষীয়ে৷ শশাংক বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল দিপাংকৰক৷ দিপাংকৰ বৰা শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীৰ অবৈধ প্ৰেমিক৷ জিমত চিনাকী হৈছিল দুয়োৰে৷ আদালতে তিনিদিনৰ বাবে দিপাংকৰক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। পত্নী
আপোনালোকে বহুতৰে ঘৰত দেখা মানিপ্লাণ্টে কেৱল ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বাস্তুশাস্ত্ৰৰ বাবেও বহুত শুভ মানিপ্লাণ্ট। বিশ্বাস অনুসৰি, ঘৰত মানিপ্লাণ্ট লগালে গৃহস্থৰ কেতিয়াও টকাৰ অভাৱ নহয় আৰু আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া নহয়। মানিপ্লাণ্ট থকা ঘৰখনত লক্ষ্মীৰ কৃপাদৃষ্টি সদায় থাকে। কিন্তু এই মানিপ্লাণ্টসমূহ লগোৱাৰ ক্ষেত্ৰত বহু লোকে ভুল কৰে। আৰু সেই
হিন্দু ধৰ্মত বহুতো উদ্ভিদৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ ৰখা হয়। কিছুমান উদ্ভিদত দেৱ-দেৱী বাস কৰে বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদত মাতৃ লক্ষ্মী বাস কৰে। ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ বাসস্থান আঁহত গছ বুলি বিশ্বাস কৰা হয়। বেলগছৰো আছে বহুত প্ৰাধান্য। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এইটো বিশ্বাস কৰা হয় যে যদি এই
ভাৰতত গৰুক মাতা বুলি কোৱা হয় আৰু পূজা কৰা হয়। সনাতন ধৰ্মত গৰুৰ মহত্ব অতি বেছি। বহু লোকৰ ঘৰত প্ৰথম ৰুটি গৰুক খুৱাই দিয়া হয় তাৰপাছতহে পৰিয়ালৰ লোকে খায়। আনকি হিন্দু পুৰাণত গৰুৰ কথা উল্লেখ আছে। ভগৱান শ্ৰীকৃষ্ণই নিজেই গৰুৰ সেৱা কৰিছিল আৰু তেওঁৰ বাসস্থানো গকুলত আছিল। কামধেনু গৰুৰ চমৎকাৰিতাৰ
শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হয়। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলো প্ৰদান কৰে। শনিৰ ক্ৰোধক সকলোৱে ভয় কৰে কাৰণ শনিৰ কূপ-দৃষ্টিৰ তলত থকা সকলে জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যদি শনি দেৱক ভালদৰে পূজা কৰা হয়, তেন্তে তেওঁ ভক্তসকলৰ দুখ-কষ্ট হ্ৰাস