৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে ‘মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক’ আৰু উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ঘোষণা কৰা হৈছে। অসম আৰক্ষীৰ কোনকেইগৰাকী বিষয়া এই পদকৰ বাবে বাছনি হৈছে তলত সৱিশেষ উল্লেখ কৰা হ’ল- 🔘 সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ
মিঠা পানীয়, দুগ্ধজাত সামগ্ৰী, মিঠাইৰ সামগ্ৰী, বেক কৰা খাদ্যত যথেষ্ট চেনী থাকে। লগতে ব্ৰেড, বিলাহী চছ, প্ৰ’টিন বাৰ আদি খাদ্যও চেনীৰে ভৰ্তি কৰা হয়। আহাৰত অতিৰিক্ত চেনীৰ ফলত শৰীৰৰ গুৰুতৰ ক্ষতি হয়। পুষ্টিবিদ দিব্যা কৌৰৰ মতে, অত্যাধিক চেনী খোৱাৰ ফলত ধমনীবোৰ ক্ষতিগ্ৰস্ত হয়। ফলস্বৰূপে, হৃদযন্ত্ৰ ভাগৰুৱা হৈ পৰে। হৃদযন্ত্ৰৰ পেশীবোৰ
হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন। সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছঠে। এতিয়ালৈ দুটি শিশুসহ চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। এই মন্দিৰটো শিমলাৰ
Akshay Kumar has renounced his Canadian passport and finally got back his Indian citizenship. He announced the same on India’s 77th Independence Day. Taking to Twitter, Akshay wrote, “Dil aur citizenship, dono Hindustani. Happy Independence Day! Jai Hind! (sic).
১২৭ A নং ভাৰত -ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন। ,আহত বাইক আৰোহীজন চৰ্না গাঁৱৰ মৃণাল হীৰা। মৃণাল হীৰাৰ অৱস্থা অতি সংকটজনক। তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখননম্বৰ AS01EK5668।