ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে সমগ্ৰ দেশে। এই উপলক্ষে সজাই তোলা হৈছে লালকিল্লা। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ভাষণত স্থান পালে মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ কাষত থকাৰ বাৰ্তা দিলে মোদীয়ে। ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সমগ্ৰ দেশ মণিপুৰৰ সৈতে আছে। মণিপুৰৰ মাতৃ–ভগ্নীসকলৰ সন্মানহানি হৈছে। কিন্তু
পতাকা উত্তোলন কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই | পুনৰ পতাকা ঠিক কৰি উত্তোলন কৰিলে পতাকা
নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন। বলব’মৰ যাত্ৰী কঢ়িওৱা মিনি ট্ৰাকে মহতিয়ালে স্কুটী আৰোহীক। থিতাতে নিহত স্কুটী চালক নৱ কেঁওট। আহত জয়ন্ত শইকীয়া নামৰ এজন যুৱক। দূৰ্ঘটনা সংঘটিত কৰা চালকৰ পলায়ণ। নিহত নৱ কেঁওটৰ ঘৰ পলাশনিত। আহত জয়ন্ত শইকীয়াক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি
প্ৰতিকিলোগ্ৰাম পিয়াঁজত ১০-১৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে । বিগত ৪-৫ দিনৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে পিয়াঁজৰ দাম । পিয়াঁজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাইছে জনসাধাৰণক । দেশৰ সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰত পিয়াঁজৰ মূল্য পূৰ্বতকৈ অধিক হৈ পৰাত অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । পাটনা আৰু নাছিকৰ প্ৰতিকিলোগ্ৰাম পিয়াঁজৰ
চাবুৱাৰ দধীয়াত অঘটন। ডিব্ৰু নদীত সন্ধানহীন এজন ৪০ বছৰীয়া লোক। সন্ধানহীন সুনীল মিপুন নামৰ লোকজন। নৈত নাও চলাই থকাৰ সময়তে এই অঘটন। সুনীল মিপুনৰ সন্ধানত NDRF বাহিনীৰ অভিযান।