🔴যুৱতীৰে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেলৰ ভাবুকি দি আৰক্ষীৰ জালত অধিবক্তা🔴চানমাৰিৰ পৰা গ্ৰেপ্তাৰ অধিবক্তা গৰাকীক🔴গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 🔴অধিবক্তাজনৰ ঘৰ নগাঁও জিলাৰ কচুৱাত🔴ফেচবুকৰ জৰিয়তে হোৱা চিনাকিৰ পাছতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক🔴যুৱতীগৰাকীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰিব বিচৰাত অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেলৰ ভাবুকি দিছিল অধিবক্তা গৰাকীয়ে🔴গীতানগৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ অধিবক্তাজনক
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আত্মসমৰ্পণ আলফা(স্বাঃ)ৰ কেডাৰৰ। অৰুণাচলৰ খুনচাত আত্মসমৰ্পণ অপৰাজিত নাথ ওৰফে পংকজ অসমৰ। অপৰাজিত নাথৰ ঘৰ বঙাইগাঁৱৰ বাঁহবাৰীত। ২০২২ত আলফাত যোগদান কৰিছিল অপৰাজিত নাথে।
মহাদেৱক আৰাধনা হয়তো আপুনিও কৰে। কিন্তু এটা কথা আপুনি বাৰু জানেনে, কেইটামান বিশেষ ৰাশিৰ লোকসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা আছে। সেই বিশেষ ৰাশি কেইটা হৈছে- মেষ ৰাশি : এই ৰাশিত মংগল গ্ৰহৰ শাসন হোৱাৰ বাবে ভগৱান শিৱই এই ৰাশিৰ লোকসকলক বিশেষ আশীৰ্বাদ প্ৰদান কৰে। মংগল গ্ৰহক ভগৱান শিৱৰ অংশ হিচাপে
হিন্দু বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। বহুতে সোমবাৰে ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰতো ৰাখে। এনে কৰিলে ভগৱান শিৱই তেওঁৰ ভক্তসকলৰ আকাংক্ষিত মনৰ কামনা পূৰণ কৰে । সোমবাৰৰ দিনটোত কি উপায় গ্ৰহণ কৰিলে ভগৱান শিৱ সহজে সন্তুষ্ট হয় জানি লওক। সোমবাৰে শুদ্ধ অন্তৰেৰে শিৱক
এক জঘন্য ঘটনা পোহৰত আহিছে! এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়ৰ হোষ্টেলৰ একেটা কোঠাতে বাস কৰা আন এগৰাকী ছাত্ৰীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ এজন জ্যেষ্ঠ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয় কর্তৃপক্ষই ঘটনাটো সন্দৰ্ভত এজন ছাত্রসহ দুগৰাকী ছাত্ৰীক নিলম্বন কৰিছে। অভিযুক্ত ছাত্ৰীগৰাকীক মন্তাশা কাজমী বুলি চিনাক্ত কৰা হৈছে। তেওঁ গাজীপুৰ হোমিঅ’পেথি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ