দৈনিক এই ৫ বিধ খাদ্য খালে লিভাৰ নষ্ট হ’ব পাৰে ! সুৰাতকৈও ই বহুত বেছি ক্ষতিকাৰক ..

দৈনিক এই ৫ বিধ খাদ্য খালে লিভাৰ নষ্ট হ’ব পাৰে ! সুৰাতকৈও ই বহুত বেছি ক্ষতিকাৰক ..

সুৰাৰ ফলত যকৃতৰ ক্ষতি হয়। নিয়মীয়াকৈ সুৰা সেৱন কৰিলে যকৃতৰ ওপৰত বেয়া প্ৰভাৱ পৰে। কিন্তু কেৱল সেয়াই নহয়, কেইবাটাও খাদ্যই যকৃত ধ্বংস কৰিব পাৰে। এই খাদ্যবোৰত থকা উপাদানবোৰে ফেটি লিভাৰকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ফলস্বৰূপে বহুতো খাদ্য আছে যাৰ পৰা আঁতৰি থকা ভাল। বিশেষকৈ যকৃতৰ ৰোগ থকা লোকসকলে সেই

নিম পাতে জীৱন সলনি কৰিব পাৰে, জীৱনৰ আটাইতকৈ ডাঙৰ কষ্ট হ্ৰাস কৰিব পাৰে নিমপাতে …

নিম পাতে জীৱন সলনি কৰিব পাৰে, জীৱনৰ আটাইতকৈ ডাঙৰ কষ্ট হ্ৰাস কৰিব পাৰে নিমপাতে …

নিমপাত স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। নিম পাতৰ বহুতো ঔষধি গুণ আছে৷ আয়ুৰ্বেদত বহুতো ৰোগ নিৰাময়ৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। ডায়েবেটিচ আৰু ছালৰ ৰোগৰ পৰা পোৱা লাভালাভৰ বাবে নিম উপযুক্ত বুলি গণ্য কৰিব পাৰি। উত্তৰ প্ৰদেশৰ আলিগড় আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ এজন অধ্যাপকে কৈছে যে নিমৰ পাতবোৰ অতি উপকাৰী। ডায়েবেটিচ থকা

টাটাই এয়াৰ ইণ্ডিয়াক দিলে এক নতুন পৰিচয়, এতিয়া মহাৰাজাৰ সলনি দেখা পাব নতুন logo

টাটাই এয়াৰ ইণ্ডিয়াক দিলে এক নতুন পৰিচয়, এতিয়া মহাৰাজাৰ সলনি দেখা পাব নতুন logo

টাটা গ্ৰুপৰ (TATA GROUP) মালিকানাধীন এয়াৰলাইন (Airline) এয়াৰ ইণ্ডিয়াই (Air India) ইয়াৰ নতুন Logo আৰু ডিজাইন উন্মোচন কৰিছে। Airক এতিয়া এটা নতুন Logo, ব্ৰেণ্ড আৰু পৰিচয়ৰ সৈতে দেখা পোৱা যাব। জানিব পৰা মতে, Air Indiaই বিগত ১৫ মাহ ধৰি নতুন Logoৰ ওপৰত কাম কৰি আছিল। Air Indiaই এয়াৰলাইনৰ (Airline) logoৰ

নমৰালৈকে অভিনয় কৰি যাম ! অভিনয় অবিহনে যতীন বৰাৰ অস্তিত্ব নাই

নমৰালৈকে অভিনয় কৰি যাম ! অভিনয় অবিহনে যতীন বৰাৰ অস্তিত্ব নাই

বৰ্তমান সময়ত চৰ্চাত আছে আহিবলগীয়া অসমীয়া বোলছবি ৰাঘৱ । তাৰ মাজতেই নেটিজেনে যতীন বৰাক লৈ সামাজিক মাধ্যমত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে । যতীন বৰাই “কা” আন্দোলনৰ সময়ত গ্ৰহণ কৰা স্থিতিক লৈ অসন্তুষ্ট বিভিন্নজন । আজি নলবাৰীৰ খুখুন্দিত লীগ নক আউট প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ আহিল ৰাঘৱৰ অভিনেতা যতীন বৰা

বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা

বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা

বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ বাছ দুৰ্ঘটনা। দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাত আহত কেইবাজনো যাত্ৰী । মুষলধাৰ বৰষুণৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দিভাইডাৰত উঠিল বাছ। আহত সকলক পাঠশালাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল যাত্ৰী ভৰ্তি বাছখন।