পৰাধীন ভাৰতবৰ্ষৰ নাগৰিকসকলে বগা চাহাবৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে যেতিয়া আন্দোলনত জঁপিয়াই পৰিছিল, সেই সময়তে শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণৰ সময়তে আমাৰ মুলুকৰ সেই সময়ৰ ব্ৰিটিছ ইণ্ডিয়াৰ অবিভক্ত নগাঁও জিলাৰ বাৰপূজীয়াত পিতৃ স্বাধীনতা সংগ্ৰামী বীৰ সিং ডেকাৰ পদাংক অনুকৰণ কৰি জনতাৰ মিছিলত চামিল হৈছিল এগৰাকী কণমানি । নাম আছিল পদ্মাৱতী ডেকা।
সন্ধানহীন হৈ থকা মহাৰাষ্ট্রৰ বিজেপিৰ সংখ্যালঘু গোটৰ মুৰব্বী ছানা খানক লৈ অৱশেষত আৰক্ষীয়ে শুংসূত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ তদন্তকাৰী জবলপুৰ আৰক্ষীয়ে প্রকাশ কৰা মতে, বিগত সপ্তাহৰ পৰা সন্ধানহীন হৈ থকা বিজেপি নেত্রী ছানা খানক তেওঁৰ স্বামীয়ে কোবাই হত্যা কৰি নদীত মৃতদেহ পেলাই দিছিল৷ জবলপুৰ আৰু নাগপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই
প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা বাবেই ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰা ভণ্ড প্ৰেমিক অৱশেষত গোলাঘাট আৰক্ষীৰ জালত পৰিল। এই ঘটনা গোলাঘাট জিলাৰ কমাৰবন্ধাৰ। প্ৰাপ্ত অভিযোগ মতে, গোলাঘাট কমাৰবন্ধা বামুণগাঁৱৰ পংকজ বৰা নামৰ এজন যুৱকে বিগত কিছুদিন ধৰি এগৰাকী স্কুলীয়া ছাত্ৰীক দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ। ছাত্ৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত
বিগত কেইটামান দিনত গুৱাহাটীৰ বিভিন্ন অঞ্চলত মহানগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ কেবাটাও চিলনী চোৰ আৰক্ষীৰ গুলীত আহত হোৱা স্বত্ত্বেও তাণ্ডৱ কমা নাই চিলনী চোৰৰ। এক কথাত যেন আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে আৰু চিলনী চোৰেও যেন নিজৰ কাম কৰি গৈছে। এই ধাৰা অব্যাহত ৰাখি শনিবাৰে পশ্চিম গুৱাহাটীৰ আজাৰা আৰক্ষী থানা
নাবালিকাৰ সতে কৰা অবৈধ বিবাহ আদি কু–কৰ্মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ পাছতো একাংশ লম্পটৰ সলনি হোৱা নাই চৰিত্ৰ ৷ ধুবুৰীত নাবালিকাৰ সৈতে কু–কৰ্মত লিপ্ত থকাৰ অভিযোগত এজন মৌলবীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ গৌৰীপুৰৰ বেগুনতুলীৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট মৌলৱী আছিফ শেখক। প্ৰাপ্ত