পৱিত্ৰ শাওন মাহৰ বিশেষ গুৰুত্ব থকা বুলি, শিৱ পুৰাণত বিশদ ভাৱে বৰ্ণিত আছে। এই মাহ হিন্দু ধৰ্মত অত্যন্ত পৱিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। কিয়নো এই মাহত শিৱ পূজা কৰা হয় আৰু এই শাওন মাহ শিৱৰ অতি প্ৰিয় মাহ। ( Religious Studies ) আপোনালোকে সকলোৱে জানে শিৱ সৰ্ৱশক্তিমান আৰু শিৱক
পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকৰ। যুৱকজন কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম। কামৰ সন্ধানত মেঘালয়লৈ গৈছিল ৰফিকুল ইছলাম। দুৰ্বৃত্তই চোকা অস্ত্রৰে মূৰত আঘাত কৰি পেলাই থৈ যায় ৰফিকুলক। মেঘালয়ৰ ফোৰপাইলাৰ নামৰ ঠাইত সংঘটিত এই হত্যাকাণ্ড। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰফিকুল ইছলামৰ। ঘটনা সন্দৰ্ভত চাঞ্চল্য অব্যাহত। সোমবাৰে পোহৰলৈ আহে এই ঘটনা।
ইজনৰ পিছত সিজনকৈ বিজেপি নেতা-পালিনেতাৰ নাম সাঙোৰ খাই পৰিছে ভিন্ন কেলেংকাৰী আৰু দুৰ্নীতিত। আদৰ্শবান দল বুলি পৰিচিত বিজেপিত যেন এতিয়া দুৰ্নীতি-কেলেংকাৰীত জড়িতসকলৰ অঘোষিত প্রতিযোগিতা। আৰু শেহতীয়াকৈ চুপাৰি ছিণ্ডিকেটত নাম জড়িত হৈ পৰিছে খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক বুলি পৰিচিত জিতু দাসৰ৷ ইয়াৰ লগে লগেই গেৰুৱা শিবিৰৰ ওপৰত
দলবদ্ধ ধৰ্ষণৰ বলি হৈ অন্তসত্বাঃ হ’ল দুই ভগ্নী। সোমবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজস্থানৰ আলৱাৰ জিলাৰ এটা ইটাভাটাত পিতৃৰ দুজন সহকৰ্মীয়ে দুগৰাকী কিশোৰী ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দুয়োগৰাকী ভগ্নী বৰ্তমান গৰ্ভৱতী। কিশোৰী দুগৰাকীৰ পিতৃয়ে শুকুৰবাৰে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। তেওঁ অভিযোগ উত্থাপন কৰে যে, তেওঁৰ ১৫ আৰু
”মাদ্ৰাছাত এটা সৰু ভুল দেখিলেই হিমন্ত চৰকাৰে বুলডজাৰ লগায় । কিন্তু অস্ত্ৰ প্ৰশিক্ষণ দিয়া বিদ্যালয়ত বুলডজাৰ কেতিয়া লগাব চৰকাৰে”? অসম চৰকাৰৰ উত্তৰ বিচাৰি দিল্লীৰ পৰাই আমছুৰ প্ৰশ্ন