মণিপুৰবাসী বাৰে বাৰে বঞ্চিত হয় কিয় ?

মণিপুৰবাসী বাৰে বাৰে বঞ্চিত হয় কিয় ?

মণিপুৰবাসীৰ সমস্যা আৰু কেতিয়ালৈকে থাকিব ? মণিপুৰত আছে ২৩ লাখ জনতা।১৯৯৩ চনত নগা-কুকিৰ মাজত সংঘাত হৈছিল, মৃত্যু হৈছিল ৭৫০ গৰাকী লোকৰ।৩৫০ খন গাঁৱত হৈছিল হিংসা।মেইতে আৰু পাংগল লোকৰ মাজত হৈছিল সংঘাত।মৃত্যু হৈছিল ১০০ গৰাকী লোকৰ।১৯৯৭-৯৮ চনতো সংঘটিত হৈছিল ভয়ানক ঘটনা।৩৫২ গৰাকী লোকৰ মৃত্যু হৈছিল সংঘৰ্ষত, ১৩ হাজাৰ পৰিয়াল হৈছিল গৃহহীন।৪৫০০

এলাৰ্জি হ’লে এনে খাদ্য এৰাই চলক

এলাৰ্জি হ’লে এনে খাদ্য এৰাই চলক

ধূলি-বালি বা অন্যান্য কাৰণত সাধাৰণতে মানুহ এলাৰ্জিজনিত সমস্যাত ভোগে৷ কেতিয়াবা কোনো বিশেষ খাদ্য বেছিকৈ খালেও এলাৰ্জি বাঢ়িব পাৰে৷ সেইবাবে এলাৰ্জিজনিত সমস্যা থাকিলে খাদ্য খোৱাৰ ক্ষেত্ৰতো সজাগ  হ’ব লাগে৷ গাখীৰ –  গাখীৰে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেতিয়াবা গাখীৰৰ পৰা এলাৰ্জি হয়৷ বিশেষকৈ তিনি বছৰৰ তলৰ শিশুৰ

দ্ৰুত খোজে মানুহৰ আয়ুস দীঘলীয়া কৰে

দ্ৰুত খোজে মানুহৰ আয়ুস দীঘলীয়া কৰে

বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বাঢ়ে৷ শুনিবলৈ অদ্ভুট যেন লাগিলেও এই দাবী কৰিছে ব্ৰিটেইনৰ লেষ্টাৰ বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে৷ ৬৫ বছৰৰ পৰা ১০৫ বছৰ বয়সৰ মানুহৰ মৃত্যুৰ কাৰণ সংক্ৰান্তীয় গৱেষণা কালত তেওঁলোকে জানিব পাৰে যে বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বৃদ্ধি হয়৷ অৱশ্যে বয়স বঢ়াৰ কোনো নিৰ্দিষ্ট কাৰণ সম্পৰ্কে গৱেষকৰ

মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰএগৰাকী ছাত্ৰীৰ মৃতদেহ

মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰএগৰাকী ছাত্ৰীৰ মৃতদেহ

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ গুৱাহাটী স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে চলাই গৈছে ইটোৰ পাছত সিটোকৈ অপৰাধী কাণ্ড। বুধবাৰে মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰ হয় ছাত্ৰীৰ মৃতদেহ ৷ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হয় ভাস্কৰ নগৰত ৷ প্ৰাপ্ত খবৰ

তিয়ঁহৰ বাকলি কেতিয়াও জাৱৰ বুলি ভাবি ডাষ্টবিনত পেলাই নিদিব..

তিয়ঁহৰ বাকলি কেতিয়াও জাৱৰ বুলি ভাবি ডাষ্টবিনত পেলাই নিদিব..

তিয়ঁহৰ লগতে ইয়াৰ বাকলিও যথেষ্ট উপকাৰী। তিয়ঁহৰ বাকলিত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিনৰ গুণাগুণ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই বহুপ্ৰকাৰৰ সমস্যা আঁতৰ কৰাতো লাভজনক। তিয়ঁহৰ বাকলিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰে আৰু ওজন হ্ৰাস কৰাতো সহায়ক হয়। গতিকে জানো আহক তিয়ঁহৰ বাকলিৰ লাভালাভবোৰ কি কি। তিয়ঁহ কিমান উপকাৰী সেয়া হয়তো