ডায়েবেটিছৰ পৰা সকাহ পাবলৈ তিতা ফুল খাওক

ডায়েবেটিছৰ পৰা সকাহ পাবলৈ তিতা ফুল খাওক

আমাৰ থলুৱাভাৱে সহজতে পোৱা গুল্মজাতীয় এবিধ ঔষধিসম্পন্ন উদ্ভিদ হ’ল তিতা ফুল৷ এইবিধ ফুল স্বাস্থ্যৰ বাবে মহৌষধ৷ এইবিধ ফুলৰ ঔষধি গুণ জানিলে আপুনি আচৰিত হ’ব৷ তিতাফুল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী তিতা জাতীয় খাদ্য৷ ঠাইভেদে তিতা ফুলক বাহাকা তিতা বুলিও কয়৷ বিহুগীতত পোৱা যায়– তিতিকি তিতা ফুল যোৰহাটৰ গোলাপ ফুলযচেনিমৰা বাগিচাৰ

এইসকল লোকক বেছি কামোৰে মহে

এইসকল লোকক বেছি কামোৰে মহে

যদি কোনোবাই অনুভৱ কৰে যে মহে আপোনাকে অকল কামুৰি আছে বেলেগক নহয়, তেন্তে এই কথাটো নাভাবিব যে মহৰ সৈতে আপোনাৰ কিবা পুৰণি সম্পৰ্ক আছে। তাৰ বিপৰীতে কিছুমান বৈজ্ঞানিক কাৰণ আছে যাৰ ফলত আপুনি মহৰ বেছি চিকাৰ হয়। আহক জানো কোনবোৰ লোকক মহে বেছি কামোৰে আৰু ইয়াৰ আঁৰৰ কাৰণ কি। নিজৰ

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ নাবালিকাক বিয়া পাতি আটক স্বামী

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ নাবালিকাক বিয়া পাতি আটক স্বামী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰৰ বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বৰপেটাৰোডত বাল্য বিবাহ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বাল্য বিবাহ কৰা ১৯বছৰীয়া স্বামী। বাল্য বিবাহৰ গোচৰত পকছ’ আইনৰ অধীনত গ্ৰেপ্তাৰ হ’ল ১৯ বছৰীয়া দীপাংকৰ দাস। ১৫বছৰীয়া —- সৈতে ছয় মাহ পূৰ্বে বিপাহপাশত

ভুলতেও এই ৰঙৰ জোতা-চেণ্ডেল পিন্ধি ভুল নকৰিব; নহ’লে…

ভুলতেও এই ৰঙৰ জোতা-চেণ্ডেল পিন্ধি ভুল নকৰিব; নহ’লে…

ফেশ্বনৰ এই নতুন দৌৰত মানুহৰ জোতা-চেণ্ডেলৰ (Footwear) ৰং (Colour) দ্ৰুতগতিত সলনি হৈছে। নতুন যুগৰ যুৱক-যুৱতীসকলে পোছাকৰ হিচাপত জোতা-চেণ্ডেলৰ ৰং নিৰ্ধাৰণ কৰে। কিন্তু আপুনি জানেনে ৰঙীণ জোতা-চেণ্ডেল নিৰ্বাচন কৰাৰ সময়ত প্ৰায়ে আমি এটা ডাঙৰ ভুল কৰি দিও। এই এটা ভুলে মানুহক দৰিদ্ৰতাৰ ফালে ঠেলা মাৰি দিয়ে। জোতা-চেণ্ডেল (Footwear) ক্ৰয় কৰাৰ সময়ত

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক…

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক…

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন। কৰ্ম সংস্থাপনৰ তাগিদাত বহিঃৰাজ্যলৈ যোৱা গহপুৰৰ এজন যুৱক সন্ধানহীন হোৱাত যুৱকজনৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। বিশাখাপট্টনম ৰে’ল ষ্টেচনৰ পৰা যোৱা ২৫ জুলাইৰ পুৱা প্ৰায় ৫ বজাৰ পৰা সন্ধানহীন হোৱা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গৰুধোৱাডুবিৰ যুৱকজনৰ নাম কৰ্ণ বাহাদুৰ প্ৰধান (২৫,পিতা:টোক বাহাদুৰ)।