আজি মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব গোলাঘাটৰ  হত্যাকাণ্ডৰ ভুক্তভোগী পৰিয়ালটোক

আজি মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব গোলাঘাটৰ হত্যাকাণ্ডৰ ভুক্তভোগী পৰিয়ালটোক

🔴 সমগ্ৰ ঘটনাক গুৰুত্বপূৰ্ণ হিচাপে লৈ আজি (২৬/০৭/২০২৩) মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত হ’ব গোলাঘাটত। 🔴 এই কথা জনালে মন্ত্ৰী অজন্তা নেওগে।

আৰম্ভ হ’ল ঐতিহাসিক ‘উলুবাৰী বক্সিং ক্লাৱ’ৰ অসম ভিত্তিত বক্সিং চেম্পিয়নশ্বিপ

আৰম্ভ হ’ল ঐতিহাসিক ‘উলুবাৰী বক্সিং ক্লাৱ’ৰ অসম ভিত্তিত বক্সিং চেম্পিয়নশ্বিপ

ৰাজ্যৰ ৪০০ৰো অধিক বক্সাৰৰ অংশ প্ৰতিযোগিতাত । মংগলবাৰে প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মেয়ৰ মৃগেন শৰনীয়াকে ধৰি কেইবাগৰাকী ক্ৰীড়াবিষয়া । ‘উলুবাৰী বক্সিং ক্লাৱ’ৰ উন্নয়ণৰ বাবে ৫০লাখ টকা ঘোষণা মুখ্যমন্ত্ৰীৰ । ২৯ জুলাইলৈকে চলিব এই প্ৰতিযোগিতাখন।

বন্ধ নহয় BVFCLৰ সাৰ উদ্যোগ…

বন্ধ নহয় BVFCLৰ সাৰ উদ্যোগ…

মঙলবাৰে এই কথা জনালে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডবিয়াই। তেওঁ কয় এই উদ্যোগটো আধুনিকীকৰণ কৰা হ’ব। ইয়াৰোপৰি ইয়াত স্থানীয় লোকসকলে কৰ্মসংস্থাপন লাভ কৰিব। এই উদ্যোগত উৎপাদিত হ’ব ইউৰিয়া আৰু নেন’ ইউৰিয়া। লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল ইয়াৰ পৰা লভৱান হ’ব। উল্লেখ্য যে,

ভয়ংকৰ বনজুই! উত্তৰ আফ্ৰিকাৰ  আলজেৰিয়া ভয়ংকৰ বনজুই

ভয়ংকৰ বনজুই! উত্তৰ আফ্ৰিকাৰ আলজেৰিয়া ভয়ংকৰ বনজুই

ভয়ংকৰ বনজুই! উত্তৰ আফ্ৰিকাৰ আলজেৰিয়া ভয়ংকৰ বনজুই । দেশজুৰি বিয়পি পৰা এই বনজুইত ৩৪ জন লোকৰ মৃত্যু আৰু বহু লোক আহত হয়। ইয়াৰ উপৰিও বনজুইৰ বাবে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এই অগ্নিকাণ্ডত বহু পৰিমাণে বনাঞ্চল, শস্য আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য। জম্মু-কাশ্মীৰত চাক টাপৰ ক্ৰী অঞ্চলত চলা আৰক্ষীৰ এক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত ২ ধৃতক গ্ৰেপ্তাৰ কৰে। উক্ত অঞ্চলটোৰ এখন গাঁৱৰ মাজৰে আহি থকা অৱস্থাত সদস্যৰ আচৰণবিধি সন্দৰ্ভত আৰক্ষীৰ সন্দেহ ওপজে। সেয়ে আৰক্ষীয়ে লোক দুজনৰ পৰিচয় সন্দৰ্ভত জানিবৰ বাবে চেষ্টা