ৰাস্তাত পৰি থকা এই বস্তুবোৰত ভুলতেও ভৰি নিদিব বা ওপৰেৰে পাৰ হৈ নাযাব; নহ’লে…

ৰাস্তাত পৰি থকা এই বস্তুবোৰত ভুলতেও ভৰি নিদিব বা ওপৰেৰে পাৰ হৈ নাযাব; নহ’লে…

যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে তেতিয়া ৰাস্তাত পৰি থকা বস্তুবোৰৰ প্ৰতি অলপ গুৰুত্ব দিব। নহ’লে আপোনাৰ অজানিতে হোৱা এই ভুলৰ পৰিনাম আপুনি বেয়াকৈ ভুগিব। নিজেই মাতি আনিব নিজৰ দুৰ্ভাগ্য। লোকবিশ্বাস অনুসৰি ৰাস্তাত পৰি থকা কিছুমান বস্তুৱে আপোনাৰ বিপদ মাতি আনিব পাৰে। পিছে জানি লও আহক কি কি বস্তু ৰাস্তাত পৰি

পাকঘৰত কেতিয়াও শেষ হ’বলৈ নিদিব এই ৫ বিধ সামগ্ৰী; নহ’লে…

পাকঘৰত কেতিয়াও শেষ হ’বলৈ নিদিব এই ৫ বিধ সামগ্ৰী; নহ’লে…

১. বাস্তু শাস্ত্ৰৰ মতে নিমখ (Salt) এবিধ গুৰুত্বপূৰ্ণ সামগ্ৰী। নিমখ শেষ হোৱাৰ আগতে কিনি আনি থ’ব লাগে। লোকবিশ্বাস অনুসৰি ঘৰত বাৰে বাৰে নিমখ শেষ হোৱাটো অতি বেয়া লক্ষণ। ই ঘৰৰ মহিলাসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ২. আনহাতে বাস্তু শাস্ত্ৰ অনুসৰি আন এবিধ বস্তু হ’ল আটা (Atta Flour)। পাকঘৰত আটা শেষ

ঔ টেঙা খায় নে নাখায়; যদি খায় তেন্তে…

ঔ টেঙা খায় নে নাখায়; যদি খায় তেন্তে…

ঔ টেঙা অসমীয়া মানুহৰ মাজত কিমান ব্যৱহাৰ হয় সেয়া সকলোৱে জানে। দাইলত দি, মাছেৰে সৈতে, আচাৰ, চাটনি আদি বিভিন্ন ব্যঞ্জনেৰে ঔ টেঙাৰ সোৱাদ লয় মানুহে। পাছে জানেনে এই ঔ টেঙাৰ আছে বহু উপকাৰিতা। আহক জানো ইয়াৰ লাভালাভবোৰ কি কি? ১. পেটৰ বাবে বহু উপকাৰী ঔ টেঙাই কোষ্ঠকাঠিন্যতা দূৰ কৰে। ২.

সপোনত ‘সুৰা’ দেখা পাইছে নেকি? যদি দেখিছে তেন্তে…

সপোনত ‘সুৰা’ দেখা পাইছে নেকি? যদি দেখিছে তেন্তে…

সপোনত সুৰাৰ দোকান দেখা পালেঃ যদি আপুনি সপোনত সুৰাৰ (Liquor) সম্পূৰ্ণ এখন দোকান দেখা পাইছে তেন্তে এই সপোনটো শুভ বুলি ক’ব নোৱাৰি। ই আহিবলগীয়া সময়ত আপোনাক আৰ্থিক লোকচান হোৱাৰ ইংগিত দিয়ে। সপোনত সুৰাপান কৰা দেখিলেঃ ইফালে সপোনত নিজকে সুৰাপান (Liquor) কৰা আৰু পাৰ্টি কৰা দেখাটো এটা ভাল ইংগিত। ই এই

ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাধলৰ হেৰামত গাওঁত মঙলবাৰে এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা ঘটনাকলৈ সম্প্ৰতি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ তথ্য মতে হেৰাম গাওঁৰ পৰাগজ্যোতি দত্তৰ নৱ বিবাহিতা পত্নী তথা ৭ মাহৰ সন্তান সম্ভৱা আছিল মহিলাগৰাকী। ঘৰৰ এখন খিৰিকীৰ গ্ৰীলত চাদৰ কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰে বোৱাৰী গৰাকীয়ে। অৱশ্যে