কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে প্ৰথমে নিলামবজাৰত অভিযান চলায় ড্ৰাগছসহ মইনুল নামৰ সৰবৰাহকাৰীটোক আটক কৰে। মইনুলক সোধ-পোছ কৰি পুনৰ কৰিমগঞ্জৰ কানিশ্বাইল এলেকাৰ হান্নানৰ ঘৰত অভিযান চলায়৷ হান্নানৰ ঘৰৰ পৰা তিনিটাকৈ চাবনৰ বাগচত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে৷ ইয়াৰ লগতে, ১লাখ ১২ হাজাৰ ৯০০টকাসহ ৫টাকৈ ম’বাইল ফোনো উদ্ধাৰ কৰা হয়৷
গৰম দিনত সকলোৱে ফ্ৰিজৰ পানী খোৱাৰ অভ্যাস আছে আৰু এই অভ্যাসৰ বাবেই, কেতিয়াবা আপুনি সমস্যাৰ সন্মুখীন হ’ব লগা হয়।ফ্ৰিজত থোৱাৰ সলনি অন্য কিবা উপায় আছে নেকি পানী ঠাণ্ডা কৰি খোৱা !অৱশ্যে মাটিৰ পাত্ৰত পানী ৰাখিলে সেইয়া ঠাণ্ডা হয় থাকে লগতে শৰীৰো উপকৃতও হয়। মাটিৰ পাত্ৰত অসংখ্য আণুবীক্ষণিক ছিদ্ৰ থাকে ।
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ ৰাজপথৰ গাঁতত পৰি মৃত্যু এজন মেধাবী ছাত্ৰৰ সৌৰভ দাস নামৰ ছাত্ৰজন পথৰ গাঁতত পৰি আহত হৈছিল গুৰুতৰভাৱে। দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় মেধাবী ছাত্ৰজনে। ১৪ জুলাইত জন্মদিনৰ উপহাৰ আনিবলৈ গৈ গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছিল সৌৰভ দাস GNRC হাস্পতালত শনিবাৰে নিশা মৃত্যু হয় সৌৰভৰ।
আতংকিত মিজোৰামৰ মেইটেই সম্প্ৰদায় । মিজোৰাম এৰি অসমৰ শিলচৰত উপস্থিত ৪০ গৰাকী মেইটেই । ৪০ গৰাকী মনিপুৰী মেইটেইক নিৰাপত্তা প্ৰদানৰ কাছাৰ জিলা প্ৰশাসনৰ ।
অবৈধভাবে ধন সংগ্রহৰ অভিযোগত পুনৰ বৰ্খাস্ত হ’ল আন এজন দুৰ্নীতিপৰায়ণ কনিষ্টবল 🔴 অবৈধভাৱে ধন সংগ্রহৰ অভিযোগত বৰ্খাস্ত হয় শ্বাহ আলমক নামৰ কনিষ্টবলজন। 🔴 বঙাইগাঁৱৰ মাণিকপুৰত তালাচীৰ নামত ধন সংগ্রহ কৰিছিল শ্বাহ আলমে। 🔴 তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ বৰ্খাস্ত কৰা হয় কনিষ্টবলজনক।