মুখৰ পৰা দুৰ্গন্ধ (Bad Breath Problem) অহাৰ ফলত কেইবাবাৰো আমি লাজত পৰিবলগীয়া হয়। এনে ক্ষেত্ৰত, মানুহে ৰাজহুৱা স্থানত কথা ক’বলৈ অনিচ্ছুক হয়। কিন্তু, এই দুৰ্গন্ধ এটা মেডিকেল কনডিচন (Medical Condition) হয় যাক হেলিটোচিছ (Halitosis) বুলি কোৱা হয়। কেতিয়াবা ইয়াৰ বাবে মানুহৰ আত্মবিশ্বাস কমি যায়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে দাঁত
পিৰিয়ডৰ বিষ কেনেকৈ নিমিষতে কমাব পাৰি: প্ৰতিটো প্ৰজনন বয়সৰ মহিলাই প্ৰতিমাহে পিৰিয়ডৰ বিষৰ মাজেৰে পাৰ হ’বলগীয়া হয়। ইয়াত পিৰিয়ডৰ দিনকেইটাত পেটৰ তলৰ অংশ, কঁকালৰ তলৰ অংশ আৰু উৰুত বিষ হয়। ইয়াৰ সময়ত জৰায়ুৰ পেশীবোৰৰ সংকোচন তীব্ৰতৰ হৈ পৰে কাৰণ জৰায়ুৰ পুৰণি আৱৰণখন ভাঙি নতুন আৱৰণৰ বাবে প্ৰস্তুতি চলোৱা হয়। গতিকে
চাহ আৰু কফি খোৱাৰ সঠিক সময় কি: ভাৰতত চাহ অতি জনপ্ৰিয় পানীয় আৰু বৃহৎ সংখ্যক লোকে দিনটোত কেইবাবাৰো ইয়াক পান কৰে। প্ৰায় সকলোৱেই শীতকালত চাহ খাই ভাল পায়, কিন্তু কিছুমান ভাৰতীয়ই চাহৰ প্ৰতি ইমানেই আকৰ্ষিত যে মে-জুনৰ দৰে গৰমৰ মাহতো চাহ খোৱা বন্ধ নকৰে। গ্ৰীষ্মই হওক বা শীতকালেই হওক, কিছুমান মানুহে
Google Search সঁচাকৈয়ে স্মাৰ্ট বন্ধুৰ দৰে যিয়ে বহুত বস্তু বিচাৰি উলিওৱাত সহায় কৰে। যদি আপোনাৰ কোনো প্ৰশ্ন আছে বা কিবা এটা বিচাৰিবলৈ সহায়ৰ প্ৰয়োজন হয় তেন্তে আপুনি Google Search সুধিব পাৰে আৰু ই আপোনাক উত্তৰ দিবলৈ চেষ্টা কৰিব। কিন্তু মনত ৰাখিব, সঠিক প্ৰশ্ন সুধি সঠিকভাৱে ব্যৱহাৰ কৰিলেহে ই সহায়ক হ’ব
শিশুৰ বাবে ব্যৱহাৰ কৰা জনছন এণ্ড জনছন পাউদাৰক লৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শিশুৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। লগতে এই পাউদাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানক মোটা অংকৰ জৰিমনা বিহা হৈছে। সম্প্ৰতি আমেৰিকাৰ এটা ঘটনা পোহৰলৈ আহিছে। জনছন এণ্ড জনছনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এজন ব্যক্তিয়ে অভিযোগ