মহানগৰীৰ ছয়মাইলত দুৰ্ঘটনা ছয়মাইলৰ উৰণ সেঁতুৰ তলত সংঘটিত এই দুৰ্ঘটনা অইল টেংকাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ ঘটনাত সামান্য পৰিমাণে আহত বাইক আৰোহী বাইক আৰোহীৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্রত্যক্ষদৰ্শীৰ
সমাগত গ্ৰীষ্ম কাল।এই দিনকেইটাত শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ পানী খোৱাটো খুবেই জৰুৰী। বেছিভাগ লোকেৰেই ঠাণ্ডা দিনত খুব কম পানী খোৱাৰ অভ্যাস আছে।কিন্তু, গ্ৰীষ্মকালত সূৰ্যৰ তাপ তথা ঘামৰ ফলত শৰীৰত থকা পানীৰ পৰিমাণ হ্ৰাস হয়, যাৰ বাবে ‘ডিহাইড্ৰেচন’ৰ সমস্যা হয়। ‘ডিহাইড্ৰেচন’ৰ পৰা ৰক্ষা পাবলৈ শৰীৰক পৰ্যাপ্ত পানীৰ প্ৰয়োজন। সেয়েহে, গ্ৰীষ্ম কাল
সম্প্ৰতি হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰ’কৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। পৰিসংখ্যা অনুসৰি, প্ৰতি তিনি মিনিটত ভাৰতৰ এজন ব্যক্তি ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হয়। ইফালে, হতাশাৰ লক্ষণ থকা লোকসকলৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ আশংকা অধিক বুলিও প্ৰমাণিত হৈছে। হতাশাই সমগ্ৰ বিশ্বৰ লোকসকলকে প্ৰভাৱিত
কঁঠাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল।ই প্ৰ’টিন, ভিটামিন বি আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে সমৃদ্ধ।কঁঠালটোৰ দৰেই ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।কঁঠালৰ গুটি থিয়ামিন আৰু ৰিবোফ্লেভিনত সমৃদ্ধ। যিয়ে আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰা আৰু চকু, ছাল আৰু চুলি স্বাস্থ্যৱান ৰখাত সহায় কৰে।গুটিবোৰত জিংক, আইৰণ, কেলচিয়াম, তাম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে।আজি
ভক্তৰ ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু ভক্তিৰ ফলত তেওঁলোকৰ মাজত এক অপূর্ব সম্পর্ক গঢ়ি উঠে। এই অপূর্ব সম্পর্ক দেখা যায় হনুমান আৰু তেওঁৰ ভক্ত সকলৰ মাজতো ( Religious Studies )। হনুমানে নিজৰ ভক্ত সকলক কেতিয়াও নিৰাশ নকৰে, ভক্তই বিচৰা ধৰণেই সুখ সমৃদ্ধি তেওঁ প্ৰদান কৰে। কিন্তু হনুমানক সন্তুষ্ট কৰাটো