শাওণ মাহত শিৱ লিংগৰ পূজা অৰ্চনা কি দৰে কৰা হয়

শাওণ মাহত শিৱ লিংগৰ পূজা অৰ্চনা কি দৰে কৰা হয়

শিৱ লিংগত এইকেইপদ বস্তু দিয়াৰ লগে লগে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হব আৰু আপোনাৰ ঘৰখনত, ধনৰ বৃদ্ধি হব। দাম্পত্য জীৱনতে হওক বা, আপোনালোকৰ আন কিছু ক্ষেত্রতে হওক, আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হব। যি কাম হাতত লৈ, সেয়া সোনকালে হৈ উঠিব। আৰু মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব। শিৱ লিংগত

নগাঁও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লৰ

নগাঁও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লৰ

নিউজ ব্যুৰ’,নগাঁও,১৫জুলাই :– জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শনিবাৰে নগাঁও জিলাৰ সকলো সংমণ্ডলৰ অন্তৰ্গত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লয় । ইয়াৰ উপৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

গোলাঘাটত ১২ বছৰীয়া কিশোৰীৰ দেহত জাপানীজ এনকেফেলাইটিছ, আতংকিত হৈ পৰিছে গাঁওবাসী!

গোলাঘাটত ১২ বছৰীয়া কিশোৰীৰ দেহত জাপানীজ এনকেফেলাইটিছ, আতংকিত হৈ পৰিছে গাঁওবাসী!

গোলাঘাট জিলাৰ মৰঙি স্বাস্থ্য খণ্ডৰ অধীনৰ ৩নং ভোলাগুৰি গাঁৱত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ গাওঁখনৰ এগৰাকী ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত ৷ বৰপথাৰ চুকলি গাঁৱত আত্মীয়ৰ ঘৰত ফুৰিবলৈ গৈ অসুস্থ হৈ পৰে কিশোৰীগৰাকী ৷ পৰীক্ষা নিৰীক্ষাৰ অন্তত ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে জাপানীজ এনকেফেলাইটিছ ৷

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

ছবিখনৰ নাম ‘জৱান’। হয়, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ বহু চৰ্চিত ছবি ‘জৱান’। নাম ঘোষণাৰ দিনৰ পৰা বৰ্তমানলৈকে ছবিখনক লৈ চৰ্চা সমানেই চলি আছে। শেহতীয়াকৈ ‘জৱান’ৰ এখন প’ষ্টাৰ মুকলি হৈছে। য’ত শ্বাহৰুখ খানে নেতিবাচক চৰিত্ৰত অভিনয় কৰা বিষয়টো প্ৰায় নিশ্চিত হৈছে। আনহাতে, ট্ৰেইলাৰ-প’ষ্টাৰ মুকলি হোৱাৰ পাছৰে পৰাই ছ’চিয়েল মেডিয়াতো খুব

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

শনিবাৰে ডুৰাণ্ড কাপৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত। অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ট্ৰফী উন্মোচনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে উপস্থিত থাকে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা।