নামনি অসমত ভয়ংকৰ জলপ্ৰলয়, ভূটানে এৰি দিয়া পানীয়ে প্লাৱিত কৰিছে নামনি অসম

নামনি অসমত ভয়ংকৰ জলপ্ৰলয়, ভূটানে এৰি দিয়া পানীয়ে প্লাৱিত কৰিছে নামনি অসম

নিশা ভূটানে এৰিলে কুৰিশ্বু বান্ধৰ পানী। ক্ৰমাৎ বৃদ্ধি পাইছে বেঁকী, মানাহ নৈৰ জলপৃষ্ঠ। নিশাই ৫খন গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ। নদীৰ দাঁতিকাষৰীয়া অঞ্চলত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ। ভূটানৰ পানীয়ে ভাবুকি কঢ়িয়াইছে গোলকগঞ্জলৈ। বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈৰ পানী। পাগলাদিয়া আৰু বৰনদীতো জলস্তৰ বৃদ্ধিৰ সম্ভাৱনা। তামুলপুৰ প্ৰশাসনে মুকলি কৰিছে ২টাকৈ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰিলে উজ্জ্বল ভূঞাই

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰিলে উজ্জ্বল ভূঞাই

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰিলে উজ্জ্বল ভূঞাই। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব আছে অসম সন্তান উজ্জ্বল ভূঞা।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ

📌 ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাক নিলম্বন। 📌 ভৱানীপুৰ সমষ্টিৰ নাম বিলুপ্ত কৰাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ। 📌 শিক্ষা বিভাগে এক জাননীযোগে নিলম্বন কৰে অধ্যক্ষ তথা বক্তা ড০ মুকুন্দ শৰ্মাক।

শাৰীৰিক কাৰ্যকলাপ নকৰিলে আগুৰি ধৰিব পাৰে বিভিন্ন গুৰুতৰ ৰোগে…

শাৰীৰিক কাৰ্যকলাপ নকৰিলে আগুৰি ধৰিব পাৰে বিভিন্ন গুৰুতৰ ৰোগে…

শাৰীৰিক কাৰ্যকলাপৰ অভাৱে আপুনি মেদবহুলতাৰ বলি হ’ব পাৰে। ইয়াৰ বাবে টাইপ ২ ডায়েবেটিছ, হৃদৰোগকে ধৰি কিছুমান দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই আধুনিক যুগত বহি থকা অৱস্থাৰ বাবে আমাৰ জীৱনশৈলীৰ অৱনতি ঘটিছে। ডেস্কত বহি বহু সময় কাম কৰা, পৰ্দাৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা কাম কৰা ইত্যাদিয়ে আমাক অসুস্থ কৰি তুলিছে।আচলতে

যেতিয়া শৰীৰত কলেষ্টৰেল বৃদ্ধি পায় এই ৬টা লক্ষণ শৰীৰত দেখাবলৈ আৰম্ভ কৰে, ভুলতো আওকাণ নকৰিব

যেতিয়া শৰীৰত কলেষ্টৰেল বৃদ্ধি পায় এই ৬টা লক্ষণ শৰীৰত দেখাবলৈ আৰম্ভ কৰে, ভুলতো আওকাণ নকৰিব

Warning Sign Of High Cholesterol: যেতিয়া শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া শৰীৰে অবিৰতভাৱে সংকেত দিয়ে। কলেষ্টৰেল বৃদ্ধি হ’লে শৰীৰত কি কি লক্ষণ দেখা যায় জানো আহক। উচ্চ কলেষ্টৰেল অতি গুৰুতৰ সমস্যা। শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বেছি হলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ বাবে আপুনি হাৰ্ট এটেক, ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ