আজি শাওনৰ প্ৰথমটো সোমবাৰ; শাওন মাহত মহাদেৱৰ লগতে পাৰ্বতীকো পূজা কৰা হয়

আজি শাওনৰ প্ৰথমটো সোমবাৰ; শাওন মাহত মহাদেৱৰ লগতে পাৰ্বতীকো পূজা কৰা হয়

আজি শাওনৰ প্ৰথমটো সোমবাৰ।শাওন মাহত মহাদেৱৰ লগতে পাৰ্বতীকো পূজা কৰা হয় ।কোৱা হয় যে, ভগৱান শিৱক যি সকল ভক্তই বিধি-বিধানেৰে পূজা কৰে, তেওঁলোকে সদায় সুখ-সম়ৃদ্ধি লাভ কৰে। লগতে শাওন মাহৰ প্ৰথমটো সোমবাৰ শুভ দিন মনা হয়। Also Read: শাওন মাহত ভগৱান শিৱক কিয় আৰাধনা কৰা হয়

চাকৰি নিয়মীয়া হ’ব ৫০ শতাংশ অগ্নিবীৰৰঃ বয়সৰ ক্ষেত্ৰতো পাব ৰেহাই

চাকৰি নিয়মীয়া হ’ব ৫০ শতাংশ অগ্নিবীৰৰঃ বয়সৰ ক্ষেত্ৰতো পাব ৰেহাই

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে বিগত বছৰত ‘অগ্নিপথ’ নামেৰে এক নতুন আঁচনি আৰম্ভ কৰিছিল। এই ‘অগ্নিপথ’ আঁচনিৰ আধাৰতে ভাৰতীয় সেনাত ‘অগ্নিবীৰ’ নামেৰে মাত্ৰ ৩ বছৰৰ বাবে অস্থায়ী সেনা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অৱশ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ এই নতুন নীতিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ হৈছিল। এতিয়াও অৱশ্যে ‘অগ্নিবীৰ’ক লৈ অসন্তুষ্ট হৈ আছে

সাৱধান! গোলাঘাটৰ বোৱাৰীৰ লিংক বিচাৰি থকাসকল, এইটো ধাৰাত হ’ব পাৰে কাৰাদণ্ড

সাৱধান! গোলাঘাটৰ বোৱাৰীৰ লিংক বিচাৰি থকাসকল, এইটো ধাৰাত হ’ব পাৰে কাৰাদণ্ড

আপুনি জনা প্ৰয়োজন যে পৰ্ণ শ্বেয়াৰ কৰাটো অবৈধ। ভাৰতত পৰ্ণ শ্বেয়াৰ/ডিষ্ট্ৰিবিউচন কৰাটো এটা অপৰাধ। আই পি চিৰ ২৯৩ ধাৰা অনুসৰি ২০ বছৰৰ তলৰ যিকোনো ব্যক্তিক অশ্লীল বস্তু বিক্ৰী, বিতৰণ, প্ৰদৰ্শন বা চক্ৰান্তমূলক অশ্লীল বস্তু বিক্ৰী কৰাটো অবৈধ বুলি কোৱা হৈছে, আৰু ২৯৪ ধাৰাত যিকোনো ৰাজহুৱা স্থানত যিকোনো অশ্লীল কাম কৰা

প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু!

প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু!

এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে হিমাচল । ৰাজ্যখনত অতি কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । লগতে ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ একাধিক ঘৰ আৰু অন্যান্য প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। উত্তৰাখণ্ডত এখন গাড়ী ভূমিস্খলনৰ ফলত খুন্দা খাই গংগাত ডুব যোৱাৰ ফলত কমেও তিনিজন লোক নিহত হৈছে । আনহাতে, ১৯৮২ চনৰ পৰা

চলিত মাহতে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন : মুখ্যমন্ত্রী

চলিত মাহতে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন : মুখ্যমন্ত্রী

ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীক চাকৰি তথা আত্মসংস্থাপনৰ পথ প্রশস্ত কৰাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে এক লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াটো নৃত্যনাটিকা আখ্যা দি আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পুঠিমাৰীত আয়োজিত এখন বিশাল