টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

টীয়কৰ প্ৰতিবেদক ৯ জুলাই /২৩ টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন। জানিব পৰা মতে বৈদ্যুতিক শ্বৰ্ত চাৰ্কিটৰ ফলত ভোগদৈ থানাৰ অন্তৰ্গত মেলেং বচাপথাৰত দাও দাও কৈ জ্বলিল বিলাসী বাহনখন। ডিব্ৰুগড় জিলাৰ প্ৰণিতা সন্দিকৈৰ নামত থকা হোণ্ডা বাহনখনত ঘটনাৰ সময়ত কোনো আৰোহী নাছিল বুলি ভোগদৈ আৰক্ষীয়ে জানিবলৈ দিছে

৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন

৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন

নাজিৰাৰ এম চি ক্লাবৰ প্ৰেক্ষাগৃহত ৭, ৮, আৰু ৯তাৰিখে ৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন কৰে। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা আহি অংশগ্ৰহণ কৰিছেহি কেইবাশ প্ৰতিযোগীয়ে। JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 প্ৰতিযোগিতাখনত খেল সমূহ কাটা আৰু কুমিটি এই দুটা বিভাগত অনুষ্ঠিত হৈছে আৰু

গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

    গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত গকুলকাটা ব্লকত কালি বিয়লি ভূমি বিবাদক কেন্দ্ৰ এজন লোকক দলবদ্ধ ভাবে আক্ৰমন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷শিমুল টাপু আৰক্ষী চকীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ নিবাসী নৰেন সৰকাৰ আৰু ইদৰিছ আলী সেখৰ পৰিয়ালৰ মাজত এডোখৰ মাটিক লৈ কিছুদিনৰ পৰা মতানৈক্য চলি

মানুহৰ পূৰ্বপুৰুষৰ ৩ মিলিয়ন বছৰৰ পূৰ্বেই আবিৰ্ভাৱ

মানুহৰ পূৰ্বপুৰুষৰ ৩ মিলিয়ন বছৰৰ পূৰ্বেই আবিৰ্ভাৱ

মানুহৰ পূৰ্বপুৰুষৰ ৩ মিলিয়ন বছৰৰ পূৰ্বেই আবিৰ্ভাৱ কেনিয়াৰ নায়াংগা প্ৰত্নতাত্বিক অঞ্চলত ৩.০৩২ ৰ পৰা ২.৫৮১ মিলিয়ন বছৰ আগতে হ’ম’ছেপিয়েনছৰ পূৰ্বপুৰুষে ব্যৱহাৰ কৰা সৰঞ্জামৰ সন্ধান পোৱা গৈছে৷ এই আৱিষ্কাৰৰ ফলত মানুহৰ পূৰ্বপুৰুষ হ’মিনিডৰ আবিৰ্ভাৱৰ কাল পঞ্চাছ হাজাৰ বছৰ অধিক আগুৱাই গৈছে৷ ২০১৫ৰ পৰা আৰম্ভ কৰা খননৰ সময়ছোৱাত ৩৩০টা সামগ্ৰী লাভ কৰা

ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ…

ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ…

ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘই বাধাৰ সৃষ্টি কৰাৰ বিস্ফোৰক অভিযোগ কোচ ৰাজবংশী সন্মিলনীৰ। বৃহৎ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মানি লৈছে যদিও নিৰ্দিষ্ট চাৰিখন জিলাত সীমাবদ্ধ হৈ থকা ট্ৰাইবেল সংঘই বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰাৰ অভিযোগ সন্মিলনীৰ সভাপতি দেৱ